পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩)

অজ্জুন--সখি! প্রজাৰ দুখ, আত্মীয়-কুটুম্বৰ মৃত্যু, লৰা-

ইকিনী’ ত বিধবাৰ কান্দনলৈ চাই আৰু যুদ্ধ কৰিবৰ মন নাযায় ৷ কিন্তু কি হৰ ? তোমাৰ আজ্ঞ৷ নাপাওমানে যুজিবই লাগিব। দাদা| যুধিষ্ঠিৰ আৰু তোমাৰ বচন, আমাৰ সকলোৰে শিৰোধাৰ্য্য । তথাপি যিমান সোনকালে হয় এই যুদ্ধ অন্ত হলে সকলোৰে মঙ্গল ।

নকুল--হয় দাদ৷; নহলে আমাক পুনঃ বনলৈ পঠাই দিয়ক ৷ ৰাজ্য লোৱাৰ ব| লাভ কি ? যিমান কষ্ট আৰু অপ্রমান হৈছে এইয়ে যুৰিছে ৷

সহদেৱ--মোৰ মনেৰে মিছাতে যুদ্ধ ক্ৰি প্রজা ক্ষয় কৰাতকৈ বনরাস লক্ষগুণে শ্রেয়: ।

' যুধিষ্ঠিৰ--বাপ| ভাঁম ! তুমি দেখেঁ| মনে মনে থাকিল|

এই বিষয় তোমাৰ মৃত কি ৰ

ভীম---মত অমতৰ ক্থাঁ নহয়| দুৰ্যোধনে হুট়ৰ যিমান অপমান আৰু, অমধ্যাদদ কৰিছে তাৰ শোধ নোলোৱ)কৈ কেতিয়াও ক্ষান্ত নহওঁ ৷ ক্ষত্ৰিয়ৰ সন্তান হৈ ম্‌ৰিবলৈ ভয় কৰিলে৷ তাক কাপুৰুষ নুবুলি কি বুলিব ? ৰজা| হৈ প্রজা পালন কৰিব নোৱাৰিলে তাক কোনে ৰঞ্জ| বুলিব? হুষ্ক দমন, শিষ্টক পালন ৰাজাৰ ধৰ্ম্ম ; ধনু-শৰ ধৰি শত্ৰু বিনাশ আৰূ আত্মৰক্ষা কৰা ক্ষত্ৰিয়ৰ কৰ্ম্ম । পাশাখেল, জ্লোপদীৰ অপমান, স্জৌগৃহ, অজ্ঞাতবাস প্ৰভৃতি দুখৰ কথা মনত পৰিলে যে ধৰা আনুস্জৰ হৈ উঠে। ঘধ্যাধনৰ উৰুডদ্, হঃশাসনৰ