সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(a.) মইও যাওঁ, কাবৌটি কৰিছোঁ; ৰব। ( ধৰিবলৈ লৰ মাৰে ) পাইছো! ধৰিলে।!দ পতন আৰু ম আৰু মৃত্যু ) তৃতীয় গৰ্ভাঙ্ক। অন্তঃপুৰ? 713 শ্ৰীকৃষ্ণ, অৰ্জ্জুন আৰু সুভদ্ৰা। শ্ৰীকৃষ্ণ—সেই দেখিহে কৈছোঁ; মানুহৰ জীৱন মিছ৷। ই, ঠিক কচুপাতৰ “পানীৰ নিচিনা। কিন্তু আত্মা অমৰ মৃত্যুৰ পাচত ৰূপান্তৰ হয় মাথোন। “সুভদ্ৰা—দাদা! অভিৰ শোকত আৰু জীৱন ধৰিব নোৱাৰি। চায়, অভি। অকালতে আমাক পুৱাই কলৈ গলি? উত্তৰ৷ লাহৰি মোৰ! তুমিও মোক এৰি গল।? অৰ্জ্জুন—সখি! অভিমন্যু কলৈ গল, ক'ত আছে ভাবি চিন্তি ঠিক কৰিব নোৱাৰিলোঁ। প্ৰাণেও প্ৰবোধ নামানে। সময়ত যে মই তেওঁক দেখা নাপালোঁ, এই জুইয়ে F মোক পুৰি মাৰিছে। শ্ৰীকৃষ্ণ –সখি! তেন্তে মই তেওঁলোকক দেখুৱাওঁ, চোৱা। তেওঁলোক অপেচৰ৷ অপেচৰী হৈ স্বৰ্গত মহা সুখে অলপতে আমিও গৈ তেওঁলোকৰ লগ লহ! ] আছে। TOPI ক!