সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(8) (GA) । হৈছে। মাজিউ দাদা! কি হৈছে সোনকালে আপোনালোকে কিয় এনেকৈ কান্দিছে? আৰু কিয় মুচ্ছিত হৈছে? পাণ্ডৱ ছাউনী এনে কিয়? কওক। ধৰ্ম্মৰাজ বা নিৰানন্দময় নিৰানন্দময় পান STRO FISTS ভীম—বাপা! মই সেই কথা কেনেকৈ কওঁ? মনতী – পৰিলেই, হৃদয় বিদীৰ্ণ হয়। মুখতো [ কান্দে ] 38 অৰ্জ্জুন— আৰ্য্য! শীঘ্ৰে কওক। স্থিৰেৰে থাকিব নোৱাৰোঁ। ওলাব নোখোজে। FIF নহলে মই মুহুৰ্ত্তও ভীম—ভাই! আজিৰ ৰণত আমি প্ৰাণৰ অভিক হেৰু- ৱালোঁ হায়! বাচা অভি! [ কান্দে ] PTS অৰ্জ্জুন—কি কয়? অভিমন্যু নাই? হায় অভি! তুমি কলৈ গলা? [ পতন আৰু মূৰ্চ্ছা ] 1 চা ভীম—হায়! কি হুল? ভাই অৰ্জ্জুন! উঠা; উঠা ধৰ্ম্মৰাজৰ মুৰ্চ্ছা এতিয়াও ভঙ্গ ভঙ্গ হোৱা নাই; তাতে আকৌ অৰ্জ্জুন অচেতন। নাৰায়ণ। আজি পাণ্ডৱৰ সমূহ বিপদ। অভিক হেৰুৱাইছোঁ; আকৌ ধৰ্ম্মৰাজ আৰু অৰ্জ্জুনকো j ৱাওনে কি? হায়! আমাৰ কিহল? দেৱ! ইয়াৰ এটা উপায় কৰক। শ্ৰীকৃষ্ণ—তাৰ নিমিত্তে চিন্তা নকৰিব। দুয়ো এতিয়াই চেতন লাভ কৰিব। যি হব লগীয়া হল। কান্দিলে অভি এতিয়া উভতি নাহে। যাতে দুৰ্য্যোধন পৰাস্ত হয় তাৰ