সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(84) (৩) হৈছে। মাজিউ দাদা! কি হৈছে সোনকালে কওক। আপোনালোকে কিয় এনেকৈ কান্দিছে? আৰু ধৰ্ম্মৰাজ বা কিয় মুচ্ছিত হৈছে? পাণ্ডৰ ছাউনী এনে নিবানন্দময় কিয়? STRO PISTE ভীম—বাপা! মই সেই কথা কেনেকৈ কওঁ? মনতী পৰিলেই হৃদয় বিদীৰ্ণ হয়। মুখতো ওলাব নোখোজে। [ কান্দে ] P30 FOR FISHE অৰ্জ্জুন—আৰ্য্য! শীঘ্ৰে কওক। স্থিৰেৰে থাকিব নোৱাৰোঁ৷। নহলে ম‍ই মুহুৰ্ত্তও ভীম—ভাই! আজিৰ ৰণত আমি প্ৰাণৰ অভিক হেৰু- ৱালোঁ হায়! বাচা অভি! [ কান্দে ] PS অৰ্জ্জুন—কি কয়? অভিমন্যু নাই? হায় মভি! তুমি কলৈ গলা? [ পতন আৰু মুৰ্চ্ছা ] 10 PTE ভীম—হায়! কি হল? ভাই অৰ্জ্জুন! উঠা; উঠা ধৰ্ম্মৰাজৰ মুৰ্চ্ছা এতিয়াও ভঙ্গ হোৱা নাই; তাতে আকৌ অৰ্জ্জুন অচেতন। নাৰায়ণ। আজি পাণ্ডৱৰ সমূহ বিপদ। অভিক হেৰুৱাইছোঁ; আকৌ ধৰ্ম্মৰাজ আৰু অৰ্জ্জুনকো ছেক - ৱাওনে কি? হায়! আমাৰ কিহল? দেৱ! ইয়াৰ এটা উপায় কৰক। শ্ৰীকৃষ্ণ — তাৰ নিমিত্তে চিন্তা নকৰিব। দুয়ো এতিয়াই চেতন লাভ কৰিব। যি হব লগীয়া হল। কান্দিলে অভি চত। এতিয়া উভতি নাহে। যাতে দুৰ্য্যোধন পৰাস্ত হয় তাৰ