সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(VP): (99) - - খাম্বাজ একভাল।। বাড়ীক না মিনতি কৰিছোঁ কৰজোৰ কৰি কৰা কৃপা হৰি অধম জনে; কী কী কাজ মনৰ আন্ধাৰে পৰি আমি নৰ, কত অপৰাধ কৰিছোঁ ঈশ্বৰ, ক্ষমিবা সিসব দোষ অজ্ঞানৰ, দয়া কৰি হৰি আপন গুণে গুণে গিজ কৰ : কাজী তজু পদে হৰি এই নিবেদন, পৰ হিতে যেন সদ৷ থাকে - মন, পৰৰ কাৰণ সদা কান্দে মন, . নাই অন্য বাঞ্ছা আমাৰ মনে॥ [ সপ্তৰথীৰ প্ৰবেশ ] অভি--কি সেনাপতিসকল! আকৌ আহিছে। আপো- নালোকৰ অলপো ঘৃণা নাই, লজ্জা নাই. ভয় আপোনালোকৰ জীৱন ধিক! বীৰত্ব শতবাৰ ধিক! নাই! বাৰে ২ মোৰ হাতত পৰাস্ত হৈও লাজত মৰি যোৱা নাই! বালক বুলি ইমান দম্ভালি কৰিছিল, এতিয়া সেই দৰ্প কলৈ গল? পলায়ন ধৰ্ম্ম বীৰৰ নহয়; শিয়াল কুকুৰ আদি দুৰ্ব্বল পশু- ৰহে। চন্দ্ৰ, সূৰ্য্য, অগ্নি, বৰুণ, যম, পুৰন্দৰ সকলো সাক্ষী; এইবাৰ নপলাব। আপোনালোকে এই বীৰত্বেৰে। পাণ্ডৱক পৰাস্ত কৰি দুৰ্যোধনক ৰাজ্য দিম বুলি প্ৰবোধ দিছে! ক্ষন্তেক ৰব। আজি সকলোকে একে লগে বিনাশ কৰে৷