পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ছপাবি
হিন্দুৱে তৰাৰ কথা মুছলমান প্ৰাণ
আনৰ বাবে মুছলমানে কৰা জান কুৰবান
বঙহৰ মঙহ নাজুৰিবি কোনেও
বুঢ়ী আয়ে কোৱা কথা ৰাখিবি মনত
তেজ ধুলে উটে
মঙহ নুটে।

অনুচ্চ আর্তি/৪৯