পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামছাঁয়াত নাথাকিব কাচনমতী কথকী
উজ্জ্বল পোহৰত কথা ক
এযোৰ হাইঠাই বুকুফালি আত্মহত্যা কৰা
কেঁচা তেজেৰে ভিজা মাটিত
লহ্প‌হকৈ উঠক গজি
হাৰাকিৰি কলিজাৰ এক দুৰন্ত সপোন।

কথা ক কথকী
নিমাতে নেথাক
আকৌ হ কথাকলি।

১৮ / অনুচ্চ আৰ্তি