অঙ্কুৰ
প্ৰাৰ্থনা।
প্ৰভু ভগৱন্ত নাই আদি অন্ত নিৰঞ্জন নিৰাকাৰ, তুমি নিৰাময় সততে সদয় নাই অন্ত মহিমাৰ। বিচিত্ৰ সংসাৰে আতমা ৰূপেৰে বিৰাজি সবাৰো প্ৰাণে, কত চলনাতে খেলনা খেলিছা অশেষ কৰুণা দানে।