পাখি কৰে ৰুণ ৰুণ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


পাখি কৰে ৰুণ্‌ ৰুণ্‌
গান গাই গুণ্‌ গুণ্‌
             হাঁহি হাঁহি
             দেখুৱাই
অকাবকা চকামকা
             ৰঙা সপোন৷৷