নীল আকাশৰ এটা তৰা
Jump to navigation
Jump to search
নীল আকাশৰ এটা তৰা
এটা তৰা অ’
তাৰ পোহৰে---- তাৰ পোহৰে
বাটটি চিনি ল’
অ’ পথিক তই
ভাৱি শুনি তই
কি লেখ লেখ৷
আকাশৰ সৌ দূৰ নীলিমাৰ
পোহৰে তোক
মাতিছে অ’
মাতিছে অ’৷৷