জয় জয় নন্দনন্দন পৰমানন্দ বন্দো বালগোপালং
।।ৰাগঃ সিন্ধুৰা।। তালঃ পৰি।।
ধ্ৰুং।। জয় জয় নন্দ-নন্দন পৰমানন্দ
বন্দো বালগোপালং।
পদ।। পঙ্কজ-ৰজ অজ বন্দয়
সকল ভুৱন একুপালং।।
পদ।। ৰোম বিবৰ মহ কোটি কোটি অণ্ড
যৈচন অণু পৰমাণি।
নন্দনন্দন কতি নাম ধৰত সোহি
ওহি লীলা কোই জানি।।
দীন দয়াল জগত-জন তাৰণ
কাৰণ ওহি অৱতাৰা।
পৰম মুৰুখমতি কহয় মাধৱ দীন
গতি মেৰি নন্দ-কুমাৰা।।