গোৱিন্দ মেৰি আৱত
অৱয়ব
।। ৰাগঃ গৌৰী।। তালঃ বিষম।।
ধ্ৰুং।। গোবিন্দ মেৰি আৱত সব সোধন সঙ্গে ধায়া।
মোহন হাসি হৰিষে হেৰি পঞ্চম পুৰি গায়া।।
পদ।। গোৰজ বৰ শোভিত তনু উগত মুখ চান্দা।
আকুল ব্ৰজ ৰমণীক মন মিলিত বহু আনন্দা।।
পৰম পুৰুষ পায় মুহলোচন ভৰি চায়।
গোবিন্দ পদ-সেৱক দীন মাধৱ দাসে গায়।।