গোবিন্দ দীন দয়াল স্বামী, তুহু মেৰি চায়েৰ
Jump to navigation
Jump to search
।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। গোবিন্দ দীন দয়াল স্বামী।
তুহুঁ মেৰি চায়েব চাকৰ হামি।।
পদ।। কাকু কৰিয়ে তুৱা চৰণে লাগো।
অৰুণ চৰণে চাকেৰি মাগো।।
তেৰি চৰণে মেৰি পৰণাম।
চাকেৰি মাগোঁ নাহি আন কাম।।
আপুন কৰমে জনক যাহা হোই।
তাহা তুৱা চৰণে চাকৰ ৰহু মোই।।
মাধৱ দাস কহয় মতিহীনা।
গতি মেৰি নাহি তুৱা পদ বিনা।।