গোবিন্দ চিন্তহু বল গোপালং
।।ৰাগঃ অহিৰ।। তালঃ যতি।।
ধ্ৰুং।। গোবিন্দ চিন্তহু বাল-গোপালং।
ৰতন তলপমহ শয়নে ৰহতু হৰি
পঙ্কজ-নয়ন বিশালং।।
পদ।। কৰ পঙ্কজ যুগ ধৰি পদ-পঙ্কজ
বয়ন-পঙ্কজে নিৱেশিতং।
মুনিবৰ কৈছন ছোড়ি অমিয়া তযু
পদ-পঙ্কজ ৰস পীতং।।
ওহি মন ভাৱে পৰম ৰতি কৌতুকে
নিজ-পদ পঙ্কজ পানং।
বালক কেলি অমিয়া ৰস সাগৰ
মাধৱ কহে পৰমাণং।