কমনে বিছুৰি মন ৰহু ৰাম ৰায়া
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
।।ৰাগঃ গৌৰী ।। তালযতি।।
ধ্ৰূং॥ কমনে বিছুৰি মন, ৰহু ৰাম ৰায়া।
ভাৰতবৰিষে মানবী তনু পায়া॥
পদ।। দেৱে নাহি তনু মানবী পাই।
জনম চিন্তামণি হাতে হৰাই॥
জানি ৰাম চৰণে কৰু আশা।
কহতু মাধৱ হৰি দাসকু দাসা।