কমনে বিছুৰি মন ৰহু ৰাম ৰায়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

।।ৰাগঃ গৌৰী ।। তালযতি।।
ধ্ৰূং॥ কমনে বিছুৰি মন, ৰহু ৰাম ৰায়া।
ভাৰতবৰিষে মানবী তনু পায়া॥

পদ।। দেৱে নাহি তনু মানবী পাই।
জনম চিন্তামণি হাতে হৰাই॥
জানি ৰাম চৰণে কৰু আশা।
কহতু মাধৱ হৰি দাসকু দাসা।