আন্ধাৰৰ মাজে মাজে
অৱয়ব
- আন্ধাৰৰ মাজে মাজে
- জ্বলো নজ্বলোকৈ
- তই কিনো পোহৰৰ দ্যুতি?
- জ্বলো নজ্বলোকৈ
- পাওঁ চিনি
- পাওঁ চিনি
- তই কিনো তই কিনো অভিনৱ জ্যোতি।
- মোৰ লালায়িত ভঙ্গৰ
- সুৰ লয় তানে
- মোৰ বিয়াকুল প্ৰাণে
- মোৰ অৰচিত বিৰচিত
- ৰঙা নীলা গানে
- তোক চিনে....
- ৰঙা নীলা গানে
- লীলায়িত সুৰ লয় তানে
- মানে
- প্ৰাণে প্ৰাণে
- মানে
- অৰচিত বিৰচিত গানে গানে
- হাঁহি তোৰ উঠিছে ফুটি ৷
- আন্ধাৰৰ মাজে মাজে