আজু কাহা যাসি বোলয় গোৱালী
অৱয়ব
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। আজু কাহা যাসি বোলয় গোৱালী।
পেখিয়ে আখি তৰল বনমালী।।
পদ।। দ্বাৰ বেঢ়ল গোপী ৰাহু পসাৰি।
লৱণু চুৰি কৈছে কৰসি মুৰাৰি।।
ঘৰ মহ চোৰ গোৱাৰী ঘন ডাকে।
পাৰাক গোৱাৰী আৱল সৱ জাকে।।
ধৰল সৱহি মিলি হৰিক চোৰ।
মাধৱ কহ গতি গোবিন্দ মোৰ।।