কুম্পুৰ সপোন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) " জ্যোতিপ্ৰসাদ আগৰৱালা মা মই সপোনত দেখিলো দুটা ভূ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
Babulbaishya (আলোচনা | বৰঙণি) অ সজ্জা, শ্ৰেণী যোগ |
||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{header |
|||
| title = কুম্পুৰ সপোন |
|||
⚫ | |||
| translator = |
|||
| section = |
|||
| previous = |
|||
| next = |
|||
| year = |
|||
| portal = |
|||
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা |
|||
| commons = |
|||
| commonscat = |
|||
| wikiquote = |
|||
| wikinews = |
|||
| wiktionary = |
|||
| wikibooks = |
|||
| wikiversity= |
|||
| wikispecies= |
|||
| meta = |
|||
| notes = জ্যোতি সংগীত |
|||
}} |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
:::::::::::::ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই? |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
:::::::::::::সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল। |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল। |
|||
⚫ | |||
⚫ | |||
[[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য]] |
|||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ |
০৯:০৫, ১৬ ফেব্ৰুৱাৰী ২০১৩ৰ সংস্কৰণ
- মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
- আৰু দুজনী – নাক জিলিকা চকু টেলেকা
- তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী
- এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
- কথা পাতে টাকুট্ টাকুট্ কুট্
- এটাই ক’লে – “পুট্, পুট্, পুট্”
- ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ”
- মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
- কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
- মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
- এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
- যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
- যখিনীহঁতে নেপেলালে একেলগে ভৰি।
- চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
- কোটোক কোটোক ঘোটোক কৰি
- ভূত পোৱালি জাপ মাৰি
- ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি
- মই, তই যে কৱ –
- ভূতে বোলে ল’ৰা ধৰি খায়
- পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
- গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
- ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
- ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
- ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
- মা, মোৰ হ’লে ভূতলে ভয় নাই।
- যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
- দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
- দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
- সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।
- বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
- পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
- তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
- মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
- ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
- ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
- মা, মোৰ হ’লে ভূতলে ভয় নাই।