সৌন্দৰ্য্য আৰু কবি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) সজ্জা আদি |
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{header |
{{header |
||
| title = |
| title = সৌন্দৰ্য্য আৰু কবি |
||
| author = গণেশ গগৈ |
| author = গণেশ গগৈ |
||
| translator = |
| translator = |
১৯:৫৯, ৩১ জানুৱাৰী ২০১৩ৰ সংস্কৰণ
<poem> সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা, কত কবি, কত ছবি, যাচে চুমা নিৰুপমা, কত অলি, পৰি ঢলি, প্ৰাণ – ঢালি প্ৰেমে পমা, মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে প্ৰিয়তমা!
- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ।।
কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ প্ৰেমে পূৰ; হে চতুৰ, কাব্যচোৰ, কিয় টোকা চকুলোৰ? সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন নোহে দূৰ, ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি স্বৰ্গপূৰ । - নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ, সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !