পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদ্ধাৰ হৈছে, যাৰ ওচৰত নেকি ইজিপ্তৰ পিৰামিডৰ পৰা ওলোৱা সম্পদসমূহো তুচ্ছ হৈ পৰে, তেনে ঠাইত, সেই মন্দিৰটো নিৰ্মাণ কৰোৱা ব্যক্তিজনে ইমান সহজে এনেকৈয়ে মন্দিৰটো সজাই থ'ব নে? ইমানখিনি সম্পদ, এনেদৰেই আন মানুহৰ হাতলৈ যাবলৈ দিব পৰা কৈ সহজেতো সজাই থৈছে যেন নালাগে!ৰহস্য নিশ্চয় আছে, প্ৰশ্ন হয়, সেই ৰহস্য উৎঘাটন কৰিবলৈ আপুনি মই আৰু আমাৰ সমাজখন সাজু হৈছো নে নাই! কি থাকিব পাৰে বাৰু তাৰ ভিতৰত? অমূল্য সম্পদৰাজি? নে অতীতৰ ভগৱানে আমাৰ বাবে এৰি থৈ যোৱা অন্য কিবা?

তথ্য সংগ্ৰহ⸺

https://www.newyorker.com/magazine/2012/04/30/the-secret-of-the-temple

https://www.newyorker.com/culture/photo-booth/an-indian-temples-golden-secret

https://en.wikipedia.org/wiki/PadmanabhaswamyTemple

https://timesofindia.indiatimes.com/travel/destinations/padmanabhaswamy-temple-vault-b-facts-about-the-scary-inaccessible-chamber/as60389479.cms

https://www.forbes.com/sites/jimdobson/2015/11/13/a-one-trillion-dollar-hidden-treasure-chamber- is-discovered-at-indias-sree-padmanabhaswam-temple/#139 ceaa01ba6

https://www.speakingtree.in/allslides/the-mysterious-last-door-at-padmanabhaswamy-temple

■ৰহস্যময় ভাৰত।৪৭■