পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী হৈছে তেতিয়াই তাইক বাণী নকৰাকৈ তাই যে মোৰ ৰানী হবলৈ সম্মত হৰ এইটোও মই আশা কৰিব নোৱাৰে॥ বিশেষ ভুমিয়ে দেখোন কৈছা তাই হেনন সেই ডেকাটোৰ লগত সৰুৰেপৰা একেলগে নাচি-ৰাগি ডাঙৰ হৈছে। সৎম-স্বৰ্গদেৱ ঈশ্বৰ। ল'ৰাকালিত কি ডেকা কি গাভৰুৰে মাছ মাৰোতে, ভূই ৰোওঁতে, বিহু গাওঁতে আৰু নাচোতে যি প্ৰেমৰ আমাণ কৰে তাৰ মূল্য একো নাই। ভাগ্য-কৰিয়ে কাক কেনি নিয়ে তাৰ ঠিকনা নাই। যেতিয়ালৈকে তিৰোতা পুৰুষৰ শয্যাশায়িনী নহয় তেতিয়ালৈকে সেই তিনোতা বা গাভৰুৰ প্ৰেম সেইজন পুৰুষলৈ য়ী নহয়। ৰহদৈয়ে যি ৰূলত দয়াৰামৰ তিৰোতা হৈ পোৰা নাই সেই মূলত তাইৰ দৰামলৈ প্ৰেম স্থায়ী নয়। স্বৰ্গদেৱ ঈশ্বৰে অলপ ফুচুলিৱাই তাইক প্ৰেম-সম্ভাষণ কৰিলেই তাই স্বৰ্গদেৱক ভজিব। এবাৰ ভৰিলেই পিচত তাইক স্বৰ্গদেৰে যি ভাবে ৰাখে। বোলে সেই ভাবেই ৰব। জা—সখি! তেন্তে মই তাইকো এবাৰ জোকাই চাওঁৰ পিচত আইদেউতাকে। সুধিছি আকৌ যি হয় তোক এনাম। সত্ৰম-ভাল স্বৰ্গদেৱ ঈশ্বৰ। এতিয়া বন্দী বিদায় মনে? ৰজাৰ পাৰ। যে Jয় ৰা আৰু ৰহৈ সৎমক বিদায় দি উঠি ৰজাই তেওঁৰ আঠ বছৰ বয়সী সাধনী নামৰ হাতধৰী লিগিৰীজনীক দৈক ৰচ'ৰলৈ মাতি আনিব পঠালে। সাধনীয়ে গৈ ৰহদৈক মাতি আনিলে। ৰহদৈয়ে আইলৈ ৰক সেৱা