পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ণ এ তা আৰু সংৰাম ৰজাঘৰত থকাৰ পাঁচ মাহমানৰ মুৰতে অর্থাৎ ফাগুনৰ পাঁচদিন যাওঁতে ৰহদৈয়ে ৰজাঘৰতে কইন-কাল পালে। হিন্দ দস্তুৰ মতে তাই সাতদিনলৈকে ব্ৰত ধৰি নিজৰ খোটালীতে সােমাই । লগৰ ভাদৈ আৰু আঘণীয়ে তাইক সেই কেইদিন উপহাৰকাৰণ খাবলৈ যােগাৰ কৰি দিলে আৰু সাতদিনৰ দিনা তাইক নােৰাই-খুৰাই শুচি কৰিলে। কইন-কাল পাই উঠিবৰে পৰা তাই দিনক দিনে আৰু ধুনীয়া হব ধৰিলে। তাই ৰূপে ভুবনমােহিনী হব ধৰাত তাইৰ ৰূপত ৰজা দিনক দিনে আকৃষ্ট হৈ এদিন ৰজাই তেওঁৰ লগৰীয়া সখি সৎমক অকলৈ মাতি আনি সুধিলে-“সতাই সখি, মই ৰহদৈক চকলং পাতি বিয়া কৰাই ৰাণী কৰি থােকা, তুমি কি কোৱা ?” সাম—স্বৰ্গদেৱ ঈশ্বৰে কৰে। বুলিলে যি ইচছা তাকে কৰিব পাৰে। তথাপি বন্দীয়ে কথা একাষাৰ জনাব খােজো। বাকি কথা নির্ভয়ে আনে। সম-স্বৰ্গদেৱ ঈশ্বৰ ! ৰহদৈ লিগিৰী নিচেই সামান্য কাড়ী। পাইকৰ ঘৰৰ জীয়াৰী। তাইক বাণী পাতিলে অনর্থ ঘটিৰ পাৰে। আমাৰ আগই চুই-খায়ে নাযাব। বােধকৰো বৰগােহাই আৰু বৰপাত্ৰ- গােহঁয়ো সন্মত নব। এনেয়ে বুঢ়াগােহাঁয়ে স্বৰ্গদেৱক ভাঙি নিয়ে ৰজা হবলৈ চেলু বিচাৰি আছে। পিচত স্বৰ্গদেৱে এই কাম কৰিলে সি তাৰ ইচ্ছা পূৰ কৰিবলৈ সুবিধা পাব। সেইদেখি ৰক্ষীয়ে নাও স্বৰ্গদেৰে তাইক বানী যৰূপে ৰাখি আমাৰ সাতঘৰীয়া আহােম ডাঙৰীয়া এজনৰ জীয়াৰী এজনকে বিয়া কৰাওক। নাজমাৰকো বৰ্গদে ঈশনে এ বিষয়ে সুধি-পূচি চাওক। আদেউতাক অন্য নাম। পিচত ৰহদৈ লিগিৰীক যেতিয়াই এটা ডেকালৈ খােচ কৰাৰ পিচত মােৰ ইয়ালৈ অল