পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গুণমালা
 


মহা মনোহৰ,
গুৰু ভকতৰ
পাষণ্ডৰ অৰি,
শিশুৰূপধৰি,
সূতিকা গৃহত,
দেখি লোক যত,
সত্যসন্ধ্যা আই
আনলক পায়,
শিশুৰূপ ভৈলা,
কোলে তুলি লৈলা,
কুসুমে দেখিল,
সপটে স্নানিল,
দৈবজ্ঞ অনাইল,
খড়িক ধৰি,
দৈবজ্ঞে বোলয়
মনুষ্য নোহয়,
সমস্তে শাস্ত্ৰত
ভকতি বেকত
তীৰ্থ ক্ষেত্ৰ যত,
শাস্ত্ৰ ভাগৱত,
শুনি কুসুম্বৰ,
বিপ্ৰ দৈবজ্ঞৰ

   

দিব্য তনুধৰ,
শ্ৰীমন্ত শঙ্কৰ॥ ১৮॥
দেৱ শ্ৰহৰি,
আছে অৱতৰি॥১৯॥
ভৈলন্ত বেকত
বিস্ময় মনত॥২॥
ৰোমাঞ্চিত কায়,
তাঙ্ক আছে চায়॥২১॥
ধাইয়ে ধুৱাইলা,
স্তনক পীয়াইলা,॥ ২২॥
পুত্ৰ উপজিল,
মহাদান দিল॥২৩৷৷
জাতক গণাইল,
গ্ৰহকোষ্টিকৈল॥ ২৪॥
তোমাৰ তনয়,
ঈশ্বৰ নিশ্চয়॥২৫॥
হৈবন্ত পৰ্গত,
কৰিবে লোকত॥২৬॥
কৰিবে গতত,
কৰিবে বেকত॥২৭॥
আনন্দ বিস্তৰ,
মন' পূৰকৰ॥ ২৮॥