পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এঞ্জ পদ্ম পানী নয়, দেখি শোভাময় উন্নত নাসায়, বন্ধুলি নয় কস্তুৰেখায়, বহল হৃদয় পত্ৰ অশ্বত্থা। ৰেখা মনোহৰ, ৰত্নৰ মোলনি। দেখিতে সুঠান নৱকিশলয়, দেখি শোভাময়, ডম্বৰুৰ নয় , সৰোবৰ প্ৰায়, নামকলাম, কৰিকৰ সম ঘ। মনোহ, যাক সমসৰ, চৰণ কমল, ৰজা পদতল অঙ্গুলিৰ পান্তি দেখি খণ্ডে ভ্ৰান্তি, নন জ্বল, মন মোহয়॥৭॥ ভিল ফুল প্ৰায়, অধৰ জ্বলয় || গ্ৰীৱ শোভা হয়, চিবুক শোভয়॥৯॥ দেখিতে সুন্দৰ, এৰ উদৰ ১। বাহু দুই খান, আঙ্গুলিৰ বান॥১১৷ কৰ বতু ২য়, নখ চন্দ্ৰ চয়॥১২ কটি বিজয়, নাভিৰ অম্বয়॥১৩৷৷ উনিৰুপম, জামুমনোৰম॥১৪ দেখিতে সুন্দৰ, নাহি পটন্তৰ॥১৫। দেখিতে উজ্জ্বল, চিহ্ন সকল॥১৬৷৷ নখ চন্দ্ৰ কান্তি তাপ উপশান্তি॥১৭