পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীশ্ৰীগুৰু-গুণমালা

ঘোষা।

গুৰু ব্ৰহ্ম গুৰু ব্ৰহ্ম।

ভজা জানি ধৰ্ম্ম॥১॥

পদ৷

নমো শঙ্কৰৰ,
মহা মনোহৰ
কলিৰ কালত,
সবে ভৈল হত,
কুসুম্বৰ ঘৰে,
ভক্তৰ অন্তৰে
মহা মনোহৰ,
ৰত্ন সম সৰ,
মাথা চত্ৰাকৃত,
কৰ্ণ সুমণ্ডিত ,
ললাট সুসম
কামধনু সম,

   

পদকমলৰ,
ৰেণু শ্ৰেষ্ঠতৰ॥১॥
মহা ধৰ্ম্মবত,
দেখি মহাতত্ব॥২॥
দেৱ দামোদৰে,
জন্মিলা সত্বৰে॥৩॥
গৌৰকলেবৰ,
দেখিতে সুন্দৰ॥৪॥
আতি মনোনীত,
বাহু সুবলিত॥৫॥
ভ্ৰূব উত্তম,
দেখি মনোৰম॥৬॥