পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ শ্ৰীশ্ৰী গুণ পৰম কৃপালু মন্ত শঙ্ক লোকক কৰিয়া গয়া।। হৰিৰ নিৰ্ম্মল | ভকতি প্ৰকাশ কৰিলে শাক চায়॥ শঙ্কৰ স্বৰূপে হৰি নিজ অংশে অবতৰি ভকতি প্ৰদীপ লগাই থৈলা। মাধৱ স্বৰূপে নিয়া তাতে তেল বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৈলা। -ন-ঘোষা