সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশ্ৰী অণমালা গোবিন্দৰ প্ৰেম, অমৃতৰ নদী, | বহে বৈকুণ্ঠৰ পৰা। চাৰি পুৰুষাৰ্থ, | তাহাৰ নিঝ | হৰি নামে মূল ধাৰা। হৰি ভক্তি দান, দিয়া জগতক, | তাৰিলা সংসাৰ সিন্ধু। হেয় কৃপালু | শঙ্কৰ বিনাই, | নাহি আৰ বন্ধু। হৰি ভকতৰ, | পাতিলন্ত হাট, | শঙ্কৰে জগত জুৰি। ৰাম নাম ৰত্ন, বিকায়া জগতে, চলয় বৈকুণ্ঠ পুৰী। মন্ত শঙ্কৰ, | হৰি ভকতৰ, | না যেন কল্পতৰু। তাহান্ত বিনাই, | নাই নাই নাই, আমাৰ পৰম গুৰু। মন্ত শঙ্কৰ কাশিল, গোবিন্দৰ নাম গুণ যশ, জগতৰ লোকে পৰম আনন্দে গাৱে। হেনয় শঙ্ক গুৰু বিনে, কমন কাৰণে মন অনে, লোকৰ মাঝত আপুনি গুৰু ৰোলাৱে।