পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীশঙ্কৰ-মহিমা (নামঘোষা) পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা, | অতি গুপ্ত স্বৰূপে আছিল। লোকক কৃপায়ে হৰি, শঙ্কৰ স্বৰূপে আসি, মুদ ভাঙ্গি সমস্তকে দিল। হৰিনাম প্ৰেমৰস, অমৃত নিধিক বান্ধি, | গুপ্ত কৰি থৈলা দেৱগণে। দয়ালু শঙ্কৰে পাই, তুলি মুণ্ড ভাঙ্গি দিলা, | সুখে পান কৰা সৰ্বনে। হৰিনাম গুপ্ত ভৈল, মনুষ্যত পূজা ৰৈল, | বুলি ৰ কৰে দেৱ সৰ্ব্ব। হেন হৰি নাম ধৰ্ম, শঙ্কৰে বিদিত কৰি, | চুৰ কৈলা দেৱতাৰ গৰ্ব। হিৰ নাম বসে, | বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। মন্ত শঙ্কৰে, | তাৰ ভঙ্গি দিল, বহে ব্ৰহ্মাক ভেদি।।