পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩২ ]

ইহঁতে যিহকে কয় তাকে কৰোঁ; . যি কপালত আছে হওক!

 কা, কলি—দেউতা! মই দুৱাৰ-ৰখীয়া হৈয়ে থাকিম নে?

 মালতী— ওঁ, থাক, কাকো সোমাব নিদিবি। কোনোবা সোমালে তোৰ মুড়কে ভাঙ্গিম।

 তৰা— আহক, আহক, ভিনিহীদেও! ভাত-খোৱা বেলি চৰি গৈছে।

 কা, কলি——দুৱাৰ-ডাঙ্গ দি ভিতৰত সোমাই থাকোঁ, বাহিৰত থাকিব নোৱাৰি, আকৌ কিহবাই পাব।

[ প্ৰস্থান।