পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ 1 ভাৰতৰ সংবিধান ষষ্ঠ ভাগ —ৰাজ্যসমূহ — অনুচ্ছেদ ১৯১-১৯৪ (ঙ) যদি সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁক তেনেদৰে অন কৰা হৈছে। ১-[স্পষ্টীকৰণ-- এই খণ্ডৰ প্ৰয়োজনৰ বাবে ] কোনো ব্যক্তি 'সংঘৰ অথবা প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ মন্ত্ৰী হোবা কাৰণতেই ভাৰত চৰকাৰৰ অথবা তেনেকুৱা কোনো ৰাজ্য চৰকাৰৰ অধীনত তেওঁ লাভৰ পদ ধাৰণ কৰা বুলি গণ্য কৰা নহব। ২{ (২) কোনো ব্যক্তি কোনো ৰাজ্যৰ বিধান সভাৰ বা বিধান পৰিষদৰ সদস্য হবলৈ অনী হব যদিহে তেওঁ দশম অনুসূচীৰ অধীনত এনেদৰে অন হয়,॥ সদস্যসকলৰ [ ১৯২। (১) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ কোনো সদস্য অহতা বিষয়ক অনুচ্ছেদ ১৯১ৰ খণ্ড (১)ত, উল্লিখিত অনহত সমূহৰ কোনোটোৰ অধীনস্থ হোৱা বা নোহোবা সম্পৰ্কে কোনো প্ৰশ্ন উঠে, তেনেহলে প্ৰশ্নটো ৰাজ্যপালৰ বিনিশ্চয়ৰ কাৰণে পঠোৱা হব আৰ প্ৰশ্নৰ ওপৰত তেওঁৰ বিনিশ্চয়ই চূড়ান্ত হব। বিনিশ্চয়। (২) এনেকুৱা কোনো প্ৰশ্নৰ ওপৰত বিনিশ্চয় দিয়াৰ পূৰ্বে ৰাজ্যপালে নিৰ্বাচন আয়োগৰ মতামত লব আৰু এনে মতামত অনুসাৰে কাৰ্য্য কৰিব। অনুচ্ছেদ ১৮৮ ১৯৩৷ যদি কোনো ব্যক্তিয়ে অনুচ্ছেদ ১৮৮ৰ প্ৰয়োজনীয়তা সমূহ পূৰ্ণ কৰাৰ পূৰ্বে অধীনত শপত গ্ৰহণ ৰাজ্যৰ বিধান সভা বা বিধান পৰিষদৰ সদস্য ৰূপে বহে বা ভোট দিয়ে অথবা যেতিয়া তেওঁ বা প্ৰতিজ্ঞান কৰাৰ তাৰ সদস্যতাৰ বাবে অহ নহয় বা অনহ বুলি জানিও, অথবা সংসদৰ দ্বাৰ বা ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰস্তুত কোনো বিধিৰ উপবন্ধৰ দ্বাৰা তেওঁক তেনেকৈ বহিবলৈ বা ভোট দিবলৈ , পূৰ্বে অথবা অৰ্থ নিষিদ্ধ কৰা বুলি জানিও তেনে কৰে, তেনেহলে তেওঁ তেনেকৈ বহা বা ভোট দিয়া প্ৰত্যেক নোহোৱকৈ বা অন দিনৰ বাবে পাচশ টকাৰ দণ্ডৰ বাবে দায়ী হব আৰু সেই টকা ৰাজ্য দিবলগীয়া ঋণ হিচাবে হৈ সদস্যৰস্থানত উচলযোগ্য হব। বহা আৰু ভোট দিয়াৰকাৰণে দণ্ড। ৰাজ্যিক বিধান মণ্ডলসমূহৰ আৰু তাৰ সদস্যসকলৰ বিশেষাধিকাৰ আৰু উন্মুক্তিসমূহ বিধান মণ্ডলৰ ১৯৪৷ (১) এই সংবিধানৰ উপবন্ধাবলী আৰু বিধান মণ্ডলৰ প্ৰক্ৰিয়া-বিনিয়ামক নিয়মাবলী সদনসমূহৰ আৰু তাৰ আৰু স্থায়ী আদেশ সমূহৰ সাপেক্ষে প্ৰত্যেক ৰাজ্যৰ বিধান মণ্ডলত বাক স্বাধীনতা থাকিব। (২) বিধান মণ্ডলত বা তাৰ কোনো সমিতিত কোৱা কোনো কথা বা দিয়া সদস্যসকলৰ আৰু সমিতিসমূহৰ ক্ষমতা, কোনো ভোটৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদস্যৰ বিৰুদ্ধে কোনো ন্যায়ালয়ত বিশেষাধিকাৰ কোনো কাৰ্যবাহী নচলিব আৰু এনেকুৱা বিধান মণ্ডলৰ কোনো সদনৰ প্ৰাধিকাৰৰ দ্বাৰা বা প্ৰভৃতি। অধীনত কোনো প্ৰতিবেদন, পত্ৰ, ভোট বা কাৰ্যবাহীৰ প্ৰকাশৰ সম্বন্ধতে কোনো ব্যক্তি তেনে ধৰণে দায়ী নহব। (৩) অন্যান্য বিষয়ত কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ আৰু এনেকুৱা বিধান মণ্ডলৰ কোনো সদন, সদস্য সকলৰ আৰু সমিতিবোৰৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উক্তি সমূহ বিধান মণ্ডলে সময়ে সময়ে বিধিৰ দ্বাৰা যথা পৰিভাষিত কৰি দিয়া অনু সাবে হৰ, আৰু তেনেকৈ পৰিভাষিত নোহোৱা পৰ্য্যন্ত ৪ [ সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৬ বলবৎ হোবাৰ অব্যবহিত পূৰ্বে সেই সদনৰ আৰু তাৰ সদস্য সকলৰ আৰু সমিতিবোৰৰ যিবিলাক ক্ষমতা, বিশেষাধিকাৰ আৰু উক্তি থাকে সেই বিলাকেই হব।] (৪) এই সংবিধানৰ আধাৰত ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনত অথবা তাৰ কোনো সমিতিত যি বাক্তিয়ে কথা কবলৈ অথবা অন্য প্ৰকাৰে তাৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবলৈ অধিকাৰ পায় তেনে ব্যক্তিৰ সম্বন্ধত সেই বিধান মণ্ডলৰ সদস্য সকলৰ সম্বন্ধত প্ৰয়োেগ হোৱাৰ দৰে খণ্ড (১), (২) আৰু (৩)ৰ উপবন্ধৱলীৰ প্ৰয়োগ হব। ! ১ সংবিধান (দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম; ১৯৮৫ৰ ধাৰা ৫ৰ দ্বাৰা (১-৩-১৯৮৫ পৰা প্ৰভাবী, হোবাকৈ) “২) এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে” এই বন্ধনী, সংখ্যা আৰু শৰদাবলীৰ স্থানত প্ৰতিষ্ঠাপিত। ২ সংবিধান ( দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ৰ ধাৰা ৫ৰ দ্বাৰা (১-৩-১৯৮৫ পৰা প্ৰভাবী হোবাকৈ) অন্তঃস্থাপিত। ৩ অনুচ্ছেদ ১৯২ সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ আৰ সংবিধান ( চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ' দ্বাৰা সংশোধিত হৈ বৰ্তমান ৰূপত আছে (২০-৬-৭৯ তাংৰ পৰা)। ৪া সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৬ৰ দ্বাৰা, প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)?