পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ষষ্ঠ ভাগ—ৰাজ্যসমূহ – অনুচ্ছেদ ১৯০-১৯১ সদসাসকলৰ অনতাসমূহ ১৯০l (১) কোনো ব্যক্তিয়েই ৰাজ্যৰ বিধান মণ্ডলৰ উভয় সদনৰ সদস্য নহব আৰু আসনৰ ৰিক্ততা। কোনো ব্যক্তি উভয় সদনৰ সদস্য হলে ইটো বা সিটো সদনত তেওঁৰ আসন ৰিক্ত কৰাৰ কাৰণে ৰাজ্যৰ বিধান মলে বিধিৰ দ্বাৰা উপবন্ধ কৰিব। ২ কোনো ব্যক্তি প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট দুখন বা ততোধিক ৰাজ্যৰ, বিধান মণ্ডলৰ সদস্য, নহব আৰু যদি কোনো ব্যক্তিক তেনেকুৱা দুখন বা ততোধিক ৰাজ্যৰ বিধান মণ্ডলৰ সদস্য বাছি লোবা হয় তেনেহলে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰস্তুত নিয়মাবলীত ১ যথা বিনিৰ্দিষ্ট কাল ছোবাৰ সমাপ্তিত তেনেকুৱা সকলো বিধান মণ্ডলত সেই ব্যক্তিৰ আসন ৰিক্ত হব যদিহে তেওঁ ইতিপূৰ্বে এখন ৰাজ্যৰ বাহিৰে আন সকলো ৰাজ্যৰ বিধান মণ্ডল সমূহত তেওঁৰ আসন ত্যাগ নকৰে। (৩) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ কোনো সদস্য-- (ক) ২ [ অনুচ্ছেদ ১৯১ব, খণ্ড (১) বা খণ্ড-২৩ ] উল্লিখিত অনৰ্হতা সমূহৰ কোনোটোৰ অধীনস্থ হয়; কিম্বা 8 ৩ [ (খ) যথাস্থিতি অধ্যক্ষ বা সভাপতিক সম্বোধন কৰি স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ আসন ত্যাগ কৰে আৰু যথাস্থিতি অধ্যক্ষ বা সভাপতিৰ দ্বাৰা তেওঁৰ পদত্যাগ গৃহীত কৰা হয়, ] তেনেহলে তেওঁৰ আসন তেতিয়াই ৰিক্ত হব। [ পৰস্তু, উপখণ্ড (খতি উল্লিখিত কোনো পদত্যাগৰ ক্ষেত্ৰত যদিহে প্ৰাপ্ত সংবাদৰ পৰা বা আন প্ৰকাৰে আৰু তেওঁ উপযুক্ত বুলি বিবেচনা কৰ তেনে কোনো তদন্তৰ পিচত, যথাস্থিতি অধ্যক্ষ বা সভাপতি এইবুলি সন্তুষ্ট হয় যে তেনে পদত্যাগ স্বেচ্ছাকৃত বা প্ৰকৃত নহয়, তেনেহলে তেওঁ তেনে পদত্যাগ গ্ৰহণ নকৰিব। (৪) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ কোনো সদস্য সদনৰ অনুজ্ঞা নোলোবাকৈ যাঠি দিন কালাবধি সদনৰ সকলোবোৰ বৈঠকত অনুপস্থিত থাকে তেনেহলে সদনে তেওঁৰ আসন বিক্ত হেবা বুলি ঘোষণা কৰিব পাৰিব। পৰস্তু, ষাঠি দিনৰ উক্ত কালাবধি সংগণনা কৰোতে যি কালছোৱাত সদনৰ সত্ৰাবসান হয় বা একেলেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত হয় সেই কালছোৱা লেখত লোবা নহব। ১৯১৬ ১) কোনো ব্যক্তি কোনো ৰাজ্যৰ বিধান সভা নাইবা বিধান পৰিষদৰ সদস্য ৰূপে সদস্য পদৰ বাছনি পাবলৈ বা সদস্য হবলৈ অন হব— কাৰণে (ক) যদি তেওঁ ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা পদধাৰীক : অনই নকৰে অনহৰ্তাসমূহ। বুলি ঘোযণা কৰা পদৰ বাহিৰে ভাৰত চৰকাৰৰ অথবা প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত কোনো লাভৰ পদ ধাৰণ কৰি থাকে; (খ) যদি তেওঁ বিকৃত-চিত্ত হয় আৰু কোনো সক্ষম ন্যায়ালয়ৰ দ্বাৰা এনেদৰে ঘোষিত হয়; (গ) যদি তেওঁ অনুন্মুক্ত দেউলীয়া হয়। (ঘ) যদি তেওঁ ভাৰতৰ নাগৰিক নহয়, বা স্বেচ্ছাকৃত ভাবে কোনো বিদেশী ৰাজ্যৰ নাগৰিকতা অৰ্জন কৰিছে, অথবা কোনো বিদেশী ৰাজ্যৰ প্ৰতি আনুগত্য বা আসক্তি অভিস্বীকাৰৰ অধীনত আছে; ১ অনুচ্ছেদ ১০১ৰ তলত উল্লিখিত “সমসাময়িক সদস্যতা প্ৰতিষেধ নিয়মাবলী, ১৯৫০ দ্ৰষ্টব্য। ২ সংবিধান (দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ৰ ধাৰা ৪ৰ দ্বাৰা (১-৩-১৯৮৫ৰপৰা প্ৰভাবী হোবাকৈ) অনুচ্ছেদ ১৯১২ খণ্ড (১)” শবদ, সংখ্যা আৰু বন্ধনীৰ স্থানত প্ৰতিষ্ঠাপিত। ৩ সংবিধান (অয়ঃত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৪ৰ ধাৰা ৩ৰ দ্বাৰা উপখণ্ড (খ)। পৰিবৰ্তে প্ৰতিস্থাপিত। ৪৷ উক্ত অধিনিয়ম আৰু ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।