পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ভাৰতৰ সংবিধান প্ৰথম ভাগ -সংঘ আৰু ইয়াৰ ৰাজ্যক্ষেত্ৰ অনুচ্ছেদ ৪ স্পষ্টীকৰণ ১ - এই অনুচ্ছেদৰ (ক) ৰ পৰা (ঙ) লৈকে খণ্ড সমূহত “ৰাজ্য” শব্দই সংঘ ৰাজ্যক্ষেত্ৰকো অন্তৰ্ভুক্ত কৰিছে, কিন্তু পৰস্তুত “ৰাজ্য” শ দই কোনো সংঘ ৰাজ্যক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা নাই। স্পষ্টীকৰণ ২ - খণ্ড (ক)ৰ দ্বাৰা সংসদৰ ওপৰত প্ৰদত্ত ক্ষমই যিকোনো ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগত আন যিকোনো ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্ৰৰ লগত সংযোজন কৰি এখন নতুন ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্ৰ গঠন কৰা ক্ষমতাকে অন্তৰ্ভুক্ত কৰিছে। প্ৰথম আৰু চতুৰ্থ ৪৷ (১) অনুচ্ছেদ ২ বা অনুচ্ছেদ ৩ত নিৰ্দেশিত যিকোনো বিধিত প্ৰথম অনুসূচী' আৰু অনুসূচীৰ চতুৰ্থ অনুসূচী সংশোধনৰ বাবে এনে উপবধাবলী অন্তৰ্বিষ্ট হব যিবিলাকনেকি সেই বিধিৰ সংশোধন আৰু উপবন্ধ সমূহ প্ৰভাবশীল কৰিবলৈ আবশ্যকীয় হয়, আৰু তাত এনে অনু পূৰক , আনুষঙ্গিক আৰু অনুপূৰক, পাৰিণামিক উপবন্ধ (এনে বিধিৰ দ্বাৰা প্ৰভাবিত হোবা ৰাজ্য বা ৰাজ্য সমূহৰ বিধান মণ্ডলত বা আনুষঙ্গিক আৰু বিধান মণ্ডল সমূহত আৰু সংসদত প্ৰতিনিধিত্ব সম্পৰ্কীয় উপবন্ধক অন্তৰ্গত কৰি) অম্ভবিষ্ট হব পাৰে যিবিলাকনেকি সংসদে আবশ্যকীয় বোধ কৰে। পাৰিণামিক বিষয়ৰ উপবন্ধ কৰিবলৈ অনুচ্ছেদ ২ আৰু ৩ ৰ অধীনভ প্ৰস্তুত বিধিসমূহ। (২) পূৰ্বোক্ত ভেনে কোনো বিধি অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য নহব। ১ সংবিধান (অষ্টাদশ সংশোধন) অধিনিয়ম, ১৯৬৬ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত।