পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম ভাগ সংঘ আৰু ইয়াৰ ৰাজ্যক্ষেত্ৰ

১ (১) ইণ্ডিয়া, অৰ্থাৎ ভাৰত ৰাজ্য সমূহৰ এটি সংঘ হব। সংঘৰ নাম আৰু (২) ৰাজ্যসমূহ আৰু তাৰ ৰাজ্যক্ষেত্ৰ সমূহ প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট কৰাৰ দৰেই হব। ৰাজ্যক্ষেত্ৰ। (৩) ভাৰতৰ ৰাজ্যক্ষেত্ৰত (ক) ৰাজ্যসমূহৰ ক্ষেত্ৰবোৰ। (খ) প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট সংঘ ৰাজ্যক্ষেত্ৰ সমূহ; আৰু। (গ) অৰ্জিত হব পৰা এনে যিকোনো ৰাজ্যক্ষেত্ৰ সুমাবিষ্ট হব। ২ সংসদে যি নিবন্ধন আৰু চৰ্ত্ত উচিত বিবেচনা কৰে সেই নিবন্ধন আৰু চৰ্ততে বিধিৰ দ্বাৰা নতুন ৰাজ্যৰ সংধত নতুন ৰাজ্য ভৰ্তি কৰিব বা গঠন কৰিব পাৰিব। অন্তৰ্ভুক্তি বা গঠন। ২ক। [নিৰসিত] নতুন ৰাজ্য গঠন ৩৷ সংসদে বিধিৰ দ্বাৰা (ক) কোনো ৰাজ্যৰ পৰা ৰাজ্যক্ষেত্ৰ ছেদ কৰি আনি বা দুখন বা ততোধিক ৰাজ্য বা ৰাজ্যাংশ লগ লগাই নাইবা কোনো ৰাজ্যক্ষেত্ৰ কোনো ৰাজ্যাংশৰ লগত সংযোজন কৰি নতুন ৰাজ্য গঠন আৰু বিদ্যমান ৰাজ্যৰ নাম, কৰিব পাৰে; সীমা বা ক্ষেত্ৰৰ (খ) কোনো ৰাজ্যৰ ক্ষেত্ৰ বৃদ্ধি কৰিব পাৰে; সাল-সলনি। (গ) কোনো ৰাজ্যৰ ক্ষেত্ৰ হ্ৰাস কৰিব পাৰে; (ঘ) কোনো ৰাজ্যৰ সীমা পৰিবৰ্তন কৰিব পাৰে; (ঙ) কোননা, ৰাজ্যৰ নাম পৰিবৰ্তন কৰিব পাৰে। জ পৰস্তু, এই প্ৰয়োজনৰ বাবে কোনো বিধেয়ক, ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা আৰ য'ত বিধেয়কত থকা প্ৰস্থাপনাই ৰাজ্য সমূহৰ ৭* * *] যিকোনো এখনৰ ক্ষেত্ৰত, সীমাত বা নামত প্ৰভাব বিস্তাৰ কৰে তেনে ক্ষেত্ৰত যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ দ্বাৰা সেই ৰাজ্যৰ বিধান মণ্ডললৈ, নিৰ্দেশত বিনিৰ্দিষ্ট কালৰ ভিতৰত বা ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুজ্ঞাত অতিৰিক্ত কালৰ ভিতৰত, বিধেয়ক খনৰ ওপৰত বিধান মণ্ডলৰ মতামত অভিব্যক্ত কৰিবলৈ নিৰ্দেশিত কৰা নহয় আৰু যেতিয়ালৈকে সেইদৰে বিনিৰ্দিষ্ট বা অনুজ্ঞাত কালৰ অবসান নহয়, তেতিয়ালৈকে সংসদ কোনোটো সদনতে উত্থাপিত কৰিব নোৱাৰিব। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২ৰ দ্বাৰা মূল খণ্ড (২)ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। ২ উপৰোক্ত অধিনিয়মৰ ২ ধাৰাৰ দ্বাৰা মূল উপখণ্ড (খ)ৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (পঞ্চম সংশোধন) অধিনিয়ম, ১৯৫৫ৰ ধাৰা ২ৰ দ্বাৰা মূল পৰস্তুকৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। ৪৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা লোপ কৰা