পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অনুসূচী অনুচ্ছেদ ৩৪৪ (১) আৰু ৩৫১

...: ভাষা সমূহ :

১। অসমীয়া ২/ বঙালী ৩। গুজৰাটী ৪। হিন্দী ৫| কান্না ৬। কাশ্মীৰী [৭] কোঙকানী ২৮।] মালায়ালম [৯] মণিপুৰী ২[১০] মাৰাঠী [১১] নেপালী [১২] উড়িয়া ২[১৩] পঞ্জাবী::::::: [১৪] সংস্কৃত [১৫] সিন্ধী ২[১৬] তামিল, [১৭] তেলুগু [১৮] উৰ্দু ১। সংবিধান (এক সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত। ২। সংবিধান (এক সপ্ততিতম সশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ২ৰ দ্বাৰা প্ৰবিষ্টি ৮আৰু ১০, আৰু ১২ আৰু ১৮ লৈ প্ৰবিষ্টি সমূহ পুনৰ সংখ্যাঙ্কিত কৰা হৈছে।