এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ভাৰতৰ সংবিধান প্ৰথম অনুসূচী নাম ৰাজ্যক্ষেত্ৰ সমূহ
- [[৭] চণ্ডীগড়
পঞ্জাব পুনৰ্গঠন অধিনিয়ম, ১৯৬৬ ৰ ৪ ধাৰাত বিনিৰ্দ্দষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] [ ]
- (
] ১। পঞ্জাব পুনৰ্গঠন অধিনিয়ম, (১৯৬৬ ৰ ৩১)ৰ ৭ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ ৰ ৯ ধাৰাৰ দ্বাৰা প্ৰবিষ্টি সংখ্যা ৪ৰ পৰা ৯ লৈ ক্ৰমে ২ব পৰা ৭ লৈ পুনঃ অংকিত কৰা হৈছে (২১-১-৭২ তাংৰ পৰা)। ৩। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ব ৩৪) ব ধাৰা ৪ ৰ দ্বাৰা প্ৰবিষ্টি ৮ ৰ (২০-২-১৯৮৭ ৰ পৰা) লোপ কৰা হৈছে আৰু প্ৰবিষ্টি ৯-প্ৰবিষ্টি ৮ ৰূপে পুনৰ সংখ্যায়িত কব ৪। অৰুণাচল প্ৰদেশ বা অধিনিয়ম, ১৯৮৬ (১৯৮৬ৰ ৬৯) ৰ ধাৰা ৪ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা) লোপ কৰা হৈছে।