পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অনুসূচী ১৮৭ [ অনুচ্ছেদ ৫৯(৩), ৬৫ (৩), ৭৫ (৬), ৯৭, ১২৫, ১৪৮ (৩), ১৫৮ (৩), ১৬৪ (৫), ১৮৬ আৰু ২২১] ভাগ -ক

বাষ্ট্ৰপতি আৰু [ *] ৰাজ্যসমূহৰ ৰাজ্যপাল সকলৰ সম্বন্ধে উপবন্ধাৱলী ১াৰাষ্ট্ৰপতিক আৰু *

  • ] ৰাজ্য সমুহৰ ৰাজ্যপাল সকলক মাহিলি তলত

দিয়া উপলব্ধি দিয়া হব অৰ্থাৎ ৰাষ্ট্ৰপতি ২১০,০০০ টকা ৰাজ্যৰ ৰাজ্যপাল ৫,৫০০ টকা। ২া ৰাষ্ট্ৰপতিক আৰু [* *] ৰাজ্য সমূহৰ ৰাজ্যপাল সকলক তেনে ভাত্তাও দিয়া হব যি এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে ভাৰত ডমিনিয়নৰ মহাৰাজ্যপাল আৰু তৎস্থানীয় প্ৰদেশ সমূহৰ ৰাজপাল সকলক দিবলগীয়া হৈছিল। ৩াবাষ্ট্ৰপতি আৰু ৰাজ্য সমূহৰ ৰাজ্যপালসকল নিজৰ নিজৰ পদাধিৰ সম্পূৰ্ণকালছোৱাত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বেমহাৰাজ্যপাল আৰুতস্থানীয় প্ৰদেশৰ ৰাজ্যপাল সকল যথাক্ৰমে যি বিশেষাধিকাৰৰ হাৰ আছিল সেই একে বিশেষাধিকাৰৰ হাৰ হব। ৪। যেতিয়া উপৰাষ্ট্ৰপতিয়ে বা আন কোনো ব্যক্তিয়ে ৰাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰে বা ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্য কৰে, বা কোনো ব্যক্তিয়ে ৰাজ্যপালৰ কৃত্য নিহন কৱে তেতিয়া তেনে ব্যক্তি যথাস্থিতি ৰাষ্ট্ৰপতিৰ বা ৰাজ্যপালৰ যাৰ কৃত্য নিৰ্বহন কৰে বা যাৰ স্থলত কাৰ্য্য কৰে তেওঁৰ সৈতে একে উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰৰ হাৰ হব। [ভাগ - খ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা লোপ কৰা হৈছে। ভাগ গ লোক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ আৰু ৰাজ্য সভাৰ সভাপতি আৰু উপসভাপতি আৰু [* * *][ কোনোৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ আৰু বিধান পৰিষদৰ সভাপতি আৰু উপ-সভাপতি সম্বন্ধে উপবন্ধ। ৭। লোকসভাৰ অধ্যক্ষ আৰুৰাজ্য সভাৰ সভাপতিক তেনে বেতন আৰু ভাত্তা দিয়া হব যি এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পুৰ্ব্বে ভাৰত ডমিনিয়নৰ সংবিধান সভাৰ অধ্যক্ষক দিবলগীয়া হৈছিল, আৰু লোক সভাৰ উপাধ্যক্ষক আৰু ৰাজ্য সভাৰ উপ-সভাপতিক তেনে বেতন আৰু ভাত্তা দিয়াহব যি এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বেভাৰত ডমিনিয়নৰসংবিধান সভাৰ উপাধ্যক্ষক দিব লগীয়া হৈছিল। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা প্ৰথম অনুসূচীৰক ভাগত বিনিৰ্দিষ্ট এই কথাখিনি লোপ কৰা হৈছে। ২। এতিয়া ২০,০০০ টকা” ১৯৮৮ চনৰ ১৬নং অধিনিয়মৰ ধাৰা ৪ চাওক। ৩। এতিয়া “১১,০০০ টকা” ১৯৮৭ চনৰ ১৭ নং অধিনিয়ম চাওক। ৪। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা তেনে বিনিৰ্দিষ্ট’ কথাখিনি লোপ কৰা হৈছে। ৫। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা তেনে ৰাজ্যসমূহৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত ৬। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰ ক ভাগৰ কোনো ৰাজ্যৰ কথাখিনি লোপ কৰা হৈছে। ৭।উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা এনে!কোনোৰাজ্যৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। .