পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[T] অনুচ্ছেদ পৃষ্ঠা দ্বাদশ ভাগ বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ প্ৰথম অধ্যায় -বিত্ত সাধাৰণ ২৬৪। নিৰ্বচন। ১১১ ২৬৫। ২৬৬। ২৬৭। ২৬৮ | ২৬৯। ২৭০ | ২৭১। ২৭২। ২৭৩। ২৭৪। ১১৪ ২৭৫। ১১৪ ২৭৬। বিধিৰ প্ৰাধিকাৰ ব্যতিৰেকে কৰ আৰোপিত হ'ব নোৱাৰিব। ১১১ ভাৰতৰ আৰু ৰাজ্যসমূহৰ সঞ্চিত নিধি আৰু লোক লেখা। ১১১ আকস্মিকতা নিধি। ১১১ সংঘ আৰু ৰাজ্যসমূহৰ মাজত ৰাজস্বৰ বিতৰণ সংঘৰ দ্বাৰা আৰোপিত কিন্তু ৰাজ্যৰ দ্বাৰা সংগৃহীত আৰু বিনিয়োজিত শুল্কসমূহ। ১১২ সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত কিন্তু ৰাজ্যসমূহত অৰ্পিত কৰসমূহ। সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত আৰু সংঘ আৰু ৰাজ্যসমূহৰ মাজত বন্টিত কৰসমুহ। সংঘৰ বাবে কেতবোৰ কৰ আৰু শুল্কৰ ওপৰত লগোৱা অধিকাৰ। সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হোৱা আৰু সংঘ আৰু ৰাজ্যসমূহৰ মাজত ভগাই দিব পৰা এনেধৰণৰ কৰ। ১১৪ মৰাপাট আৰু মৰাপাটৰ পৰা উৎপন্ন বস্তুৰ ৰপ্তানি শুল্কৰ পৰিৱৰ্তে অনুদান। ১১৪ ৰাজ্য সমূহৰ স্বাৰ্থসংশ্লিষ্ট থকা কৰ ওপৰত প্ৰভাৰ পেলোৱা বিধেয়ক বিলাকত ৰাষ্ট্ৰপতিৰ পূৰ্ব চুপাৰিছ। কিছুমান ৰাজ্যলৈ সংঘৰ পৰা অনুদান। বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ ওপৰত লগোৱা কৰ। ১১৫ ব্যাবৃত্তি। [ নিৰসিত ] “শুদ্ধ আগম” আদিৰ গণনা। ১১৬ বিত্ত আয়োগ। ১১৬ বিত্ত আয়োগৰ চুপাৰিছসমূহ। ১১৭ বিবিধ বিত্তীয় উপবন্ধসমূহ। সংঘ বা ৰাজ্যৰ দ্বাৰা নিজৰ ৰাজস্বৰ পৰা কৰিবলগীয়া ব্যয়। ১১৭ সঞ্চিত নিধি, আকস্মিকতা নিধি আৰু লোকলেখাত জমা কৰা ধণৰ অভিক্ষা ১১৭ লোক সেৱক আৰু ন্যায়ালয়ৰ দ্বাৰা প্ৰাপ্ত বাদীসকলৰ দ্বাৰা গচ্ছিত ধন আৰু অন্যান্য ধনৰ অভিক্ষা। ১১৭ ৰাজ্যৰ কৰ আৰোপণৰ পৰা সংঘৰ সম্পত্তিৰ ৰেহাই। ১১৭ বস্তুৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কৰ আৰোপণ বিষয়ে নিবন্ধন। ১১৮ বিদ্যুত্ৰ ওপৰত কৰ ৰেহাই। ১১৮ কোনো কোনো ক্ষেত্ৰত পানী বা বিদ্যুতৰ সম্বন্ধত ৰাজ্যৰ দ্বাৰা আৰোপিত কৰৰ ২৭৭ | ২৭৮ | ২৭৯ | ২৮০ | ২৮২। ২৮৩। ইত্যাদি। ২৮৪ | ২৮৫| ২৮৬{: ২৮৭। ২৮৮।