পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ ভাগ-ৰাজ্য সমূহ-অনুচ্ছেদ ২৩৬ ২৩৭ (খ) “ন্যায়িক সেৱা” বুলিলে জিলা ন্যায়াধীশৰ পদ আৰু জিলা ন্যায়াধীশৰ পদতকৈ, নিম্নতৰ অন্য চিভিল ন্যায়িক পদ সমূহ পূৰণ কৰিবলৈ অভিপ্ৰেত ব্যক্তি সকলেৰে একচেতীয়াভাবে গঠিত সেৰাক বুজাব। ২৩৭।ৰাজ্যপালে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা অধিসূচনাত যথা বিনিৰ্দিষ্ট ব্যতিক্ৰম আৰু সালসলনি কোনো বিশেষ শ্ৰেণী বা

সমূহৰ সাপেক্ষে নিৰ্দেশ দিব পাৰে যে এই অধ্যায়ৰ পূৰ্ব্বগামী উপবন্ধ সমুহ আৰু তাৰ অধীনত প্ৰস্তুত শ্ৰেণী সমূহৰ

কৰা কোনো নিয়মাৱলী সেই উদ্দেশ্য তেওঁৰ দ্বাৰা নিয়ত কৰা তাৰিখৰ পৰা ৰাজ্যৰ ন্যায়িক সেৱাত দণ্ডাধিকাৰী সকলৰ নিযুক্ত হোৱা ব্যক্তি সকলৰ সম্বন্ধত প্ৰয়োগ হোৱাৰ দৰে ৰাজ্যৰ যিকোনো শ্ৰেণী বা শ্ৰেণী সমূহৰ ক্ষেত্ৰত এই অধ্যায়, দণ্ডাধিকাৰী সকলৰ সম্বন্ধটো প্ৰয়োগ হব। উপবন্ধ সমূহৰ প্ৰয়োগ। . "1"