পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo - ভাৰতৰ সংবিধান ষষ্ঠ ভাগ-ৰাজ্য সমূহ-অনুচ্ছেদ ২৩৩২৩৬ (২) ইতিমধ্যে সংঘ বা ৰাজ্যৰ সেৱাত নথকা কোনো ব্যক্তি যদি অনুন সাত বছৰ অধিবক্তা বা উকীল হৈথাকে আৰু নিযুক্তিৰ বাবে উচ্চ ন্যায়ালয়ৰদ্বাৰাচুপাৰিছপ্ৰাপ্ত হয় তেনেহলে জিলান্যায়াধীশৰ নিযুক্তিৰ পাত্ৰ হব। কোনো কোনো জিলা [ ২৩৩ ক। কোনো ন্যায়ালয়ৰ কোনো নিৰ্ণয়, ডিক্ৰী বা আদেশ থকা সত্ত্বেও, ন্যায়াধীশৰ নিযুক্তি (ক) (i) ইতিমধ্যে কোনো ৰাজ্যৰ ন্যায়িক সেৱাত থকা কোনো ব্যক্তিক বা অনুন সাত বছৰ কাল আৰু তেওঁলোকে দিয়া অধিবক্তাবাউকীল হৈথকা কোনো ব্যক্তিক সেই ৰাজ্যৰ জিলান্যায়াধীশ হবলৈ কৰা কোনো নিযুক্তি, নিৰ্ণয় আদিৰ আৰু বিধিমান্যতা। (i) জিলা ন্যায়াধীশৰূপে এনে কোনো ব্যক্তিৰ পদস্থাপনা, পদোন্নতি বা স্থানান্তৰণ, যিবিলাকনেকি সংবিধান (বিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ৰপ্ৰাৰম্ভণিৰ পূৰ্বে যিকোনো সময়ত, অনুচ্ছেদ ২৩৩ বা অনুচ্ছেদ ২৩৫ৰ উ পবন্ধ সমূহৰ অনুসৰণ ভিন্ন অন্যথা কৰা হৈ যায়, সেইবিলাক কেৱল এই তথ্যৰ কাৰণেই অবৈধ বা বাতিলবুলি বা কেতিয়াও অবৈধ বা বাতিল হোৱা বুলি গণ্য কৰা নহব যে- তেনে নিযুক্তি, পদস্থাপনা, পদোন্নতি অথবা স্থানান্তৰণ উক্ত উপবন্ধ সমূহৰ অনুসৰি হোৱা নাই; ন্যায়িক সেৱাত জিলা ন্যায়াধীশৰবাহিৰেঅন্য (খ) অনুচ্ছেদ ২৩৩ বা অনুচ্ছেদ ২৩৫ৰ উপবন্ধ সমূহৰ অনুসৰণ অন্যথা যিকোনো ৰাজ্যত জিলা ন্যায়াধীশ ৰূপে নিযুক্ত, পদস্থাপিত, পদোন্নীত বা স্থানান্তৰিত কোনো ব্যক্তিৰ দ্বাৰা বা আগত, সংবিধান (বিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ৰ প্ৰাৰম্ভণিৰ পূবেৰ্ব প্ৰয়োগ কৰা কোনো ক্ষেত্ৰাধিকাৰ, দিয়া বা জাৰি কৰা কোনো নিৰ্ণয়, ডিক্ৰী, দণ্ডাদেশ বা আদেশ তথা কৰা হোৱা কোনো কাৰ্য্য বা হাতত লোৱা-কোনো কাৰ্যবাহী কেৱল এই তথ্যৰ কাৰণেই অবৈধ বা অবিধিমান্য বুলি বা কেতিয়াবা অবৈধ বা অবিধিমান্য হোৱা বুলি গণ্য কৰা নহব যে- তেনে নিযুক্তি পদস্থাপনা, পদোন্নতি অথবা স্থানান্তৰণ উক্ত উপবন্ধ সমূহৰ অনুসৰি হোৱা নাই। ২৩৪। জিলান্যায়াধীশৰ বাহিৰে অন্য ব্যক্তিক ৰাজ্যৰ ন্যায়িক সেৱাত নিযুক্তি, ৰাজ্যৰ লোক সেৱা আয়োগ আৰু তেনেকুৱা ৰাজ্য সম্বন্ধে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়ালয়ৰ লগত পৰামৰ্শকৰাৰ পিচত ৰাজ্যপালৰ দ্বাৰা তেওঁ সেই উদ্দেশ্যে প্ৰস্তুত কৰা নিয়মাৱলী অনুসাৰে হব। ২৩৫। কোনো ৰাজ্যৰ ন্যায়িক সেৱাৰ অন্তৰ্ভূক্ত আৰু জিলা ন্যায়াধীশতকৈ নিম্নতৰ কোনো পদ ধাৰণ কৰা ব্যক্তি সকলৰ পদস্থাপনা, পদোন্নতি আৰু ছুটী মঞ্জুৰীক অন্তৰ্গত কৰি জিলা ন্যায়ালয় সমূহৰ আৰু সেইবোৰৰ অধীনস্থ ন্যায়ালয় সমূহৰ নিয়ন্ত্ৰণ উচ্চ ন্যায়ালয়ৰ ওপৰত ন্যস্ত হব, কিন্তু এই অনুচ্ছেদৰ কোনো কথাই এনেকুৱা কোনো ব্যক্তিৰ পৰা তেওঁ সেৱাৰ চৰ্ত্ত বিনিয়মন, কৰা বিধিৰ অধীনে পোৱা আপীল কৰাৰ কোনো অধিকাৰ হৰণ কৰা বুলি বা তেনেকুৱা বিধিৰ অধীনত বিহিত তেওঁৰ সেৱাৰ চৰ্ত্তসমূহৰ অনুসাৰত বাহিৰে অন্যথা তেওঁৰ লগত আচৰণ কৰিবলৈ উচ্চ ন্যায়ালয়ক প্ৰাধিকাৰ দিয়া বুলি অৰ্থ নকৰিব 1 লোকৰ ভৰ্ত্তি অধীনস্থন্যায়ালয় সমূহৰ নিয়ন্ত্ৰণ। নিৰ্বচন। ২৩৬ | এই অধ্যায় – (ক) “জিলা ন্যায়াধীশ” বুলিলে চিটী চিভিল ন্যায়ালয়ৰ ন্যায়াধীশ, অতিৰিক্ত জিলা ন্যায়াধীশ, যুটীয়া জিলান্যায়াধীশ, সহকাৰী জিলান্যায়াধীশ, লঘুবাদন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, মুখ্য প্ৰেসিডেন্সী দণ্ডাধিকাৰী, অতিৰিক্ত মুখ্য প্ৰেসিডেন্সী দণ্ডাধিকাৰী, চেছন ন্যায়াধীশ, অতিৰিক্ত চেছনন্যায়াধীশ আৰু সহকাৰী চে ন্যায়াধীশ ইয়াৰ অন্তত হব; ১। সংবিধান (বিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ৰ ২ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।