পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
বৈষ্ণৱী কীৰ্ত্তন।

জগন্নাথ, বিষ্ণু, ভাৰতী, ৰামকন্দলি, মুকুন্দ, মোহন, যদুৰাম, দ্বাৰকা, লক্ষণ, গোকুল, পৰশুৰাম, কেশবচৰণ, মধুসূদন, মাধৱচৰণ, ৰামচৰণ, মুৰাৰি, শ্ৰবণী, বামন, কৃষ্ণচৰণ, যদুমণি, ৰমাই, ৰঘুপতি, মাধৱ, ভৱানন্দ, হৰি, ৰামদাস, পকামধুসূদন, ধীপনিয়াল ইত্যাদি।


শ্ৰীশঙ্কৰদেৱৰ ভক্তিৰ এটকা মহ
সত্ৰ স্থাপন যুনা

ঘোষা

ভাবিও ভাই ঈশ্বৰৰ ৰূপ, নানান স্বৰূপ।
একৰূপ কৰি ভাবিও ভাই, হৰিসে বন্ধু স্বৰূপ

পদ।

পূৰ্ণ ভগৱন্ত উদয় ভৈলা।
নিজ কীৰ্ত্তি থৈয়া বৈকুণ্ঠে গৈলা॥
সেহি গুপ্ত ধৰ্ম্ম জানিও কলিত।
চাৰি মূৰ্ত্তি ধৰি ভৈলা বিদিত॥
পূৱত শঙ্কৰ সেৱে মাধৱ।
সঙ্গে দামোদৰ কৰে প্ৰণয়॥
পশ্চিমে ৰূপ সনাতন দেবে।
উত্তৰে নিয়াহন্ত হৰিদেৱে॥