পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিৰি ভাগিল; নাৰত আহিলাতি যি আছিল সি সকলো পড়ল; ত মোক পলি তাৰ সিমা নাই। আৰু চাৰি কুড়ি হাতি পড়িল হাতি। শোহা@ে ঠানুৱা নাই হাতিক ধৰিলে। পাছে তাক আচাৰ মাৰি পেলাই নগৰ আহিল। পাহে মহাৰাজা খাত বড় গোহাক, তিপামৰ বজাক লোহাৰ ভিৰাত ভৰাই আনিলে। আববা আন গুচাই ওপৰে পিলান ধৰিলে; বন ভগনীয়া মানুহ হাজোৰ পৰা তৰে আহিবলৈ ধৰিলে চামধৰালৈ। ৰাজ্যৰ আগ হল, হাতি মানুহ পাছ হল, ৰাত্ৰি হলে পাহ হয় দিন হলে আগ হয় হাতি। হাতি পতিয়ে মানুহ আহি চামধৰাত ওলালহি। পাছে থকবক বুঢ়াগোহাঞি পৰিবৰ সুনি, ৰজা বলে গোহাঞি বোৰে গা লগাই যুক্তিলে হেতে মোৰ বুঢ়াগোহাঞি কিয় বনত পৰিব। বঙাল সক্ক বা কিয় সাৰি যাব পাৰিব;'জি হেতু গা লগাই সুজুজিলে, এতেকেই গোহাঞি বনত পড়িল। গোহাঞিৰবাৰে বোলে আমি বঙালক বেঢ়ি ধৰিলো, আৰ বৰ নেপাই বল খিন হক তেহে আমি চাপি ধৰিম। লোম চিৰিং নেওগে বড় কথা মাতি গালি পাৰিলে; গালি মুনিহে চাপি ধৰিলো। গোহা পড়িল, বঙ্গালো সাৰি গগ। এই লা মুনি লাঙ্গি নেওগক মূৰত কোবাই মাৰিলে। লাচাম চিৰিঙক, লানুক ফুকনক, লাহন, তিনিকো কাঠেৰে চেপি ধৰি মাৰিলে। উতৰ কোলৰ ভুয়া, মৰঙ্গিৰ হাজৰিকিয়া, সয়কিয়াকে বিচাৰ কৰি পাছে ভাঙ্গৰিয়া সকলেৰে যুগুতি হুই বাজা যোলে অনেক দেশলৈ দুৰ্যস গল গোহাঞি পৰিলত। পাছে ৰাঙ্গা লাঙি ফুকৰ্নক বড়ফুকন পাতিলে; তেওঁ আহি কাশিত থানা দি ৰহি হি; এৰে পৰাহে বড়ফুকন নাম হল; সক ১৫৩৯, মাস ১০; তেবে বাজা গৰগ্ৰামক গল। আত পাচে লাজি ফুকনৰ দিনৰ কথা। সেই বেলা পাৰিকাত পাট ললে। কাৰ্টিলে।