পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১ তা পাছে চেক কমলৰ আগত বি কাৰ্ষি বলে এবাৰ আজ্ঞা হলে, আসামক মিলপ্ৰিতি কৰাই, হাতিলা, আগৰ কাঠ অনাই দিব পাৰে। নবাবেও ভাল বুলি সগিলে; বিক কাজি। পাচে বি কাজিও আগ চকি অক্ৰান্তলৈ আছি, লাঙ্গি ফুকনৰ ঠাই প্ৰিতিৰ কাৰণ কৈ পঠালে; আমাৰ চকিয়ালে ফুকনত কলে। পাছে ফুকনেও এই কথা দেৱতালৈ ধৰাধৰ কটকিতকৈ জনাল পাচে দেৱতা মো ফুকনলৈ কৈ পঠালে তাক উপায় কৰি কালিলৈকে অনাওক। পাছে ফুকনৰ আয়ে ধৰাধৰে সত্যসপত কৰি কাজসিক আনিলে; সিয়ো উলটি যাৰ নাপালে; মহাৰাজা গৰগাঁওলৈ উপায়কৈ আনি ৰাখিলে, বোলে মোকে বঙালকে মিলাব নোৱাৰে মানে বিৰুকাৰ্য্যি এখেতে থাকো। সক ১৫৪, পাচ্চাৰ ভাই মিৰ্যানাথন দক্ষিন কোলৰ পৰা উত্তৰে পাৰ হল। সেই বেলা ধৰ্মৰাজাৰ হাতি, তিনিজনা কোৱৰিক বঙালে নিলে। বজায়ে পলাই হে এড়াল। পাছে আবহামে গৈ যুদ্ধ কৰিলে। তেবে মিৰ্যানাথন ভাগি পলাল; হাড়ি মহিএ একলে খেদি গৈ পড়িল। তেবে সেই বেলা মামু গোবিন্দ বেলতলাৰ বড় আ আছিল; আহোমৰ বেলতলা বৰুৱা। লগ লৈ কৰবাড়ি সিমা কৰি দক্ষিন কোলৰ বাঙ্গা হল। বঙাল দক্ষিন কোলে পাৰ হইবাকো নোৱাৰে, তাৰ লগত দুই হাজাৰ কঁাডি দি জিহেতু আহে। সত্ৰাজিতে লোক তুলি মামোক মাষোগৈ বুলি আহিল। আহোমৰ কাৰণ নোৱাৰে। সত্ৰাজিত ভতিজক ইমান পড়িল। আৰ ভয়ানি ৰাই পড়িল। এইমতে উৰে দখিনে মনে লুকাই কড়াই মাৰে, দেখাই গশ নকৰে। সত্ৰাজিতে সালিত। দুৱাৰলৈ আহি আছে; কান্দে হাট ভাগে; পায়ে সত্ৰাজিত কিছু কৰিবলৈ নোৱাৰি, মহাৰাজাক কপ টাকি পঠালে; উমৰ, কনাই এই দুই মুদৈত কৰি মহাৰাৰ ঠাইলৈ, লাহহি, পামৰি,