পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-বুৰঞ্জী হাজাৰ যুধ, তেবেসে মাঘত চোমৰাত গঢ় বান্ধিলে, ১৫৩ সক। কোৱৰ লাঙ্গি গোহাইৰ মৃত্যু ১৫৩৮। তেখেসে পুনৰবাৰ দখিণ কুলিয়া উত্তৰ কুলিয়া, যেকেৰিয়ে মহাৰাজা উদ্যম কৰালেখি বলে স্বৰ্গদেৱ মহাৰজা আমি যতেক টেকেবি আয় সম স্তকে ৰাজা পৰিক্ষিতে তোমাৰ দুই পাৱৰ তলেদি গৈছে। আৰু যতলোক আছে সবাৰে দেৱকুটুম্বৰ ঠাইহে ভাত, আন ঠাইতে যক্ষা নাই; এখন স্বৰ্গদেৱে যদি আজ্ঞা কৰে হাতে ধি বঙ্গাল খনি আছে তাক ধৰিবাক প্ৰতি আমাকো, দেৱতাৰ লোকজনকে পঠাই দিয়োক; দেৱতাৰ লোকজনক পাছ কৰি আমি আগহুই ধৰিমগৈ; এতেকে দখিণকুল উত্তৰকুল সমন্তে দেৱতাৰ হল। এই কথা শুনি মহাৰাজাৰ মনে আনন্দিত হল; ভাল বুলি সলাগিলে। পাছে আধোনত মহাৰজাৰ আজ্ঞায়ে (?) বাল নবাব তিলিচ খাঁ সেতকমল হাঙ্গোতে নবাব হুই বহিলহি। মাসৰ পাচত তিনিজনা ভাঙ্গৰিয়াক হাজোৰ যুদ্ধলৈ পাচিলত, চেচা মুখত লোকজন সহিতে গঢ় বান্ধি ৰলগৈ; মহাৰাজায়ো চাম ধৰালৈ ভটিয়াই আহিল। সেতকমল প্ৰমুক্ষে বঙ্গাল হঞ্জোৰ পৰ্বত জুৰি আহে; পাচে আহোম পৰ্বতক বেঢ়ি গট দিলেগৈ; আৰ দখিনে তাৰু ভণ্ডামি প্ৰমুক্ষে বঙ্গাল লোহিতে গৈ ভেটিলে। বাব্যে ধৰ্ম পূৰ্বে উত্তৰে তিনি জনা গোহাঞি প্ৰমুক্ষে বহি আছে। বঙ্গালো ভাগিবাক সাজ হল। পাছে সেই বেলা লাচাম চিৰিঙে তিনি না গগাহাঞিক ঘালি বচন বুলিলে। লোক সকলকো কোৰাই পৰ্বত তুলিলে। বঙ্গালক কাটিবাক প্ৰতি আৰু বঙ্গালো সান্তম জুই আছে। আহোমে পৰত উঠি যাওতে বঙ্গালে ঘোড়া মেলি কাটিৰ ধৰিলে। হাতিত উঠি বুঢ়া গোহা েৰন কৰিছিল। বঙ্গালৰ গুলি লাগি গগাহাঞি পৰিল; গোহাঞি পোনে আলো ভাগিল; হাতিয়ে সুড়েৰে তুলি পিঠিতকৈ গোহাঞিক আনিলে; কালো সেইপিনে