পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গল। বুঢ়া ৰজা , মোমাই তামুলি বড়ক দখিনে ফি- মাৰ যুখলৈ সৰদাৰ পাতি পালে। উতৰে পিকচাই বড় ফুকন সৰদাৰ হল। ইবোৰ খেদিলত জাহিনা টিয়াই মাটিৰ পিয়ল। আলি খাৰে প্ৰিতি হলত, ১২ বৎসৰ যক্ষ্মা কাজলিত আচিল মানে সেই সময়ত গৰ গাত বড়ুয়াৰ ভাগৰ মানুহ নেওগে চলাইচিল। বড় ফুকনৰ ভাগৰ মানুহ বড়োৰ লগত আচিল। পিকচাই বড় ফুকন খেলে মানুহেৰে আচিল। তাৰে পৰা উত্তৰে দখিনে দুখান দপদৰ হল। মোমাই তামুলি বড়ুয়া গুলত পাচে এই মানুহ বড় ফুকনে ললে। উত্তৰে পিকচাইৰ ভাগৰ মানুহতে বঢ়াকৈ ফুকন অটা পাতি থলে। তাৰে পৰা চয় ফুকন হল। পাচে সেই জনাকে বঢ়া দেখি কলিয়া বৰত নি ফুকন পাতি থলে। আত পাচে মোমাই তালিও মাটি পাতিলে। বুঢ়া ৰজা তাৰ দিনৰ পৰা পাইকৰৰ মাটিৰৰ পিয়ল হল। চাৰিপানিসিয়া কলিয়া ঘৰত আছে। সেদিৰ গোহাঞি কচাৰি ৰণত পড়িলত দেৱতায় বলে গোহাঞিৰ ঘৰিশিক চাঙ্গলৈ আনিবৰ কথা, আখে, কেকে দুই সম্ভেদ নকলে পৰীক্ষিত নাৰায়নে গোহাঞি কিপে জানিব। এই কথা দুই ভায়কে খোল। সহায়। সুনি বোলে ভড়াৰি গোহাইৰে পড়ে। এই কথাতে থাকি দুয়ো ভায়েক ভয় ই পৰিক্ষিত নাৰানৰ ঠাই পলাই সোমালহি। আত পাচে পৰিতিৰে, লক্ষি নামৰে দুই বিৰ নিমিত্তে স্বৰ্গ মহাৰাজাৰে পৰিক্ষিতে পৃতি কৰি আহিল। লক্ষিণাৰাৰে গৈ চালাহঁ পাজাত পৰিতিক গোচৰ দিশত মকৰম খাঁ ধৰি নিবলৈ পাচি দিলে। এই কথা পশিক্ষিতে শৰি স্বৰ্গ মহাৰাজলৈ মানুহ পঠাই অনালে, যোলে লোক ৰ দি আমাৰ লগত ভৰণ নাই টকাকে কিছে দিয়ক। সেই সময় টকা নিৰ নোৱাৰি, হাট ঘাট ফাট পাতিলে। পাহলৈ উকাৰ নিৰ কৰিলে। এইপে সুৰি বোলে মোৰ ঠাইলৈ আহোক; দুয়ে মিলি