পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰি। এই কথা পৰিক্ষিতে শুনি ৰোলে মই পচ্চাৰ ঠাইলৈ বা। মোৰ বৈকি তেহে উচ্চাৰ কৰিব পাৰে। আৰু বোলে গৰাধৰ কটকিৰ আগত পৰিক্ষিতে বোলে আমি বঙ্গালৰ জেৰোৰ। হৈ আছে, এতেকে তুমি বা নাপাইছা। আমি যদি বঙ্গালৰ কোৰোৱ ভাগিলো তোমাৰ গৰগা হাড়িৰ পৰা ৰোবাৰ পাট তুল্য ৰ। এই কথা কটকি মুখে শুনি ৰাৰ মনত লাগি আছে। পৰিকিত নাৰানকে মকৰম এ ধৰি নিলে। এই কথা ৰজা সুনি অসন্তোষ কৰিলে। চৈয়দ বাবাকৰ হাজোত নবাব হৈ বহিল। তাত পাছে সিঙৰিৰ পৰা বঙ্গাল ব্যাপি আছে। স্বৰ্গ চৈয়া যাক। মহাৰাজাৰৰ লোেক তৈৰ পৰা সন্তে আছে। আমাৰ চকি দখিনে খাগৰিজান, উত্তৰে ভৰি তাতে সীমা দুই আছে। এই মতে দুই বৎসৰ গল। সেইবেলা পৰিক্ষিত ৰাজাৰ ভাই বলি কোঞৰ বঙালৰ ভয়ত পলাই আহি স্বৰ্গ মহাৰাজাৰ পাৰত সনে পসিল হি। বোলে আমাৰ সংশে গড়িয়া বলি নাৰাৰণ। সাগৰত মজিলোঁ। অৰ্গদেৱ তুমি আমাক ৰক্ষা কৰা। মাস ১০, সক ১৫৩৬। মহাৰাজায়ে ইকথা সুনি কিচো গৰিহ কৰিলে। বোলে মই মানুহ পঠাই কব দিলে। ককাই। ৰাজা মোৰ ঠাইত ভাগি আঁহোক। মই দখিনে থাকিম, ককাই উত্তৰে থাকিব, বঙালক মাৰিম। ককাই বুলিলে দেৱ কুটুম্বত কৰি মই কো কাম নকৰে, পকা কাম হে কৰে। এখন মই পাৎসাৰ মাইক হে ম। তেৰেসে মোৰ বৈৰিক উচ্চাঙ্গ কৰিব পাৰিম। এতিয়া সকলে কাৰ্য্য কাম সিব্ধি হল। তথাপি সখি তোমাক ৰক্ষা কৰিম আৰু বঙালকো মাৰি। এই বুলি নিৰ্ভয় দিলে। আৰু কল, গ্ৰাম, হকি, ঘোড়, লাল, কাৰি যোগ্য অলাৰ আলো জয় মাত বিষৰ দিলে। শক ১৫৩৬।