পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বলিনাৰাম ১, মহিন্দ্ৰনাৰাৰ ১, চন্দ্ৰনাৰান ১, পূব মান আঢ়ৈ বৎসৰত ৰজা হল। সাত বৎসৰ হলত মঞ্জু ও খৰি নিলে। ভায়েক ইন্দ্ৰনাৰান ১, পাত্ৰ ফুকনৰ দিনত বামুনিয়া খাৰ ঠাইলৈ জয় কটকি, বিৰিনা কটকি যাতে লগত সুৰ্য নান আহিল; ইন্দ্ৰনাৰান বলিয়া হাত পুতেক আদিত্য নাৰান ১, আদিত্য নানক ভাঙ্গি খোদ নাৰান ১, বাঙ্গ ফালি দুয়ো ভায়েক ৰজা হল। আদিত্য নাবান মলিত ভাৰে ভায়েক গজ মাৰাম ৰজা হল। বঙ্গ নানক গুচাই মোহ নাকান গোটাকৈ ৰাজা হল ১। এনে দেখি সপ্তম অধ্যায়। বুঢ়া ৰজা। উপৰ বুড়াজা তা। পাইকৰ ঘৰ মুৰি দোপোয় এ পোয়াকৈ খাটে, চাৰি চয় পোয়াও ঘৰতে থাকে। লুইতৰ পুঠিখাতিৰ, সুকান সুতিৰ মুখত, পাইক মানুহ পিযু। মানুহ দুমুহটো তাতে এঠাই হুই থাকিব দিলে। পাচে ত গৈ সেই ঠাইতে আগতে থাকি মানুহ আপুনি লেখিব ধৰিলে। এক দুইকৈ লেখি একুৰি হলে তাৰে মাৰ অটা আটি বড় পাতে। একস হলে তাৰ ঘৰতে চাৰিপোৰা থকা অটাক বাচি আনি সইকিয়া পাতে। হাজাৰ হলে তবে ভাল চহকি বিচাৰি চাই অটাক আনি হাজৰিকিয়া পাতে। এইৰূপ মানুহ চাৰি পোয়াই গোট পাইক কৰিলে। তাৰে পৰাহে মানুহৰ পিঙ্গল হল।