পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-খুৰী আহেমে চুহান এজাক খুচি মাৰিলে তাক কাটিলত তাৰে বশী খেলুঙ্গত আছিল। পাচে গোড়া বজাৰ ভায়েৰু দেৱ ৰজাক যেতিয়া চাৰি ৰজা পাতিলে, সেই সময়ত লান তুৰ্বাৰ আহোম বন্দী খেলুঙ্গৰ পৰা পলাল, চাৰিজ বাদেৰে বিচাৰ কৰি নাপালে। আৰু বড় চিৰিৰ এই ঘৰৰ কেঞেখুন বোলে। ইহঁত জাতত নগা। আহোম বড়ুৱাৰ এই ঘষে ছুটীয়া ৰজাৰ কটকী টংটে বোলে। এই দুয়ো ঘৰ আপোনাৰ ৰজাত পলাই ৰাদেৱৰ লগত অহা কোখুন নাম লৈছেহি। খোড়া ৰজা দেৱৰ গাভৰু কুঞৰীৰ লগত অহা পেলন ফুকনৰ এই ঘৰ জাতত নড়া। নড়কোঞৰ ফুকনৰ ঘৰৰ আৰু নড়া বাই লুঙ্গে যৌতকত অহা বন্দী; ইও জাতত নড়া। আখৈ খোৱা দেঞো থাইৰ ঘৰে জাতত নড়া। বানোৱা হাজৰিকীয়াৰ ঘৰৰ সৌন্দৰ গোহা ভেমেৰাত পাই অনা, ই জাতত মগলু। ডেক। চেটিয়াৰ এই ঘৰ জাতত গাৰৰ। পূবে খোড়া ৰা দেৱৰ ভায়েক ৰাদেৱক যেতিয়া চাৰিঙ্গীয়া ৰজা পাতিলে, সেই সময়ত বড় গোহাঞিৰ খেলৰ দুঘৰ, বুঢ়া গোহাঞিৰ খেলৰ দুঘৰ, এই চাৰি ঘৰক দেও ৰজাৰ লগত সন্দিকৈ কৰি চাৰিঙ্গত পাতিলে। বড় গোহাঞি খেলৰ মাছ খোৱা সন্দিকৈ এঘৰ, চাৰিজিয়া সন্দিকৈ এঘৰ, এই দুঘৰক খোড়া ৰজা দেৱে সন্দিকৈ নাম দিলে আৰু লেচাম চুটীয়া বড় গোহাঞি পৰিয়াৰ বন্দী। ৰজাৰ শশুৰৰ বড় জীএকক পুখুৰিপৰীয়া মাউত গোহাঞি লৈ দিছিল। পাচে কত দিন থাকি বা দেৱে ৰজা শশুৰৰ ৰড় জীএকক গগাহাঞিৰ ঘৰৰ পৰা নি পৰ্বতত পৰ্বতীয়া কুঞৰী পাতিলে। সেই সময়ত কাচাম চুটীয়া আই কুঞৰীৰ লগত টেকেলা বড়া হৈ আছিল। পাচে ৰজা দেৱে আই কুঞৰী দেৱক পীয়া ফুকন। বোলে পুখুৰিপৰীয়া মাউত শোহাঞিক তঞি মশা। আই কুঞৰী দেৱে জাদেৱৰ কথালৈ চাম টেকে বড়া পঠাই আগৰ গিৰীয়েক পুখুৰিপৰীয়া মাউত গোহাঞিৰু মৰালে।