পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেই আপাহতে গুৰীয়া ৰজাদেৱে লাগাম বড়া বড়পে বে৷ কৰিছিল। এই শাচামৰ পুতেকক পৰ্বতীয়া মজা পেয়ে গামোখাক ভাজি পৰ্বতীয়া ফুকন পাতিলে। আৰু বুঢ়া ৰজা দেৱৰ দিনত বাৰুকৰ পৰা বড় গোহাঞি পৰিয়া ভোকোল। শোহাক ঘৰ ফালি আনি দিহীত পাতিলে। তো অপুত্ৰক আছিল। পাচে মিৰীৰ লৰা এটি পো বধাকৈ তুলিলে, তাৰ নাম দিলে মিৰী সন্দিকৈ। তাৰে পোনতিকেতে বোলে এতিয়াও মিৰীসন্দিকৈ। আৰু এই লগতে দিলীহিয়াল বুঢ়া গোহাঞি পৰিয়া এখৰ নি গৰুৰাত পাতিলেনি নৈৰ কাৰত। এই নিমিত্তে হে এতিয়াও সেই স্বৰক গৰু ধৰীয়া গোহাঞি বোলে। আৰু দিহাঙ্গিয়া বড় গোহাঞি পৰিয়া মিৰী সন্দিকৈৰ বাহৰ এঘৰ ফালি বুঢ়া ৰজা দেৱৰ দিনত অভয়পুৰত পাতিলে। এই লগতে দিহীঙ্গত বাৰে সন্দিকৈ পাতিলে। আৰু পূৰ্বে ডিম আল বেকা গোহাঞিৰ জীয়ৰী বেউতি ভূঞা আহোমত পৰিল। পাচে সেই জীয়ৰীৰ পুতেক এটি, জীয়েক এটি হল। পাচে সেই জীয়ৰী মৃত্যু হল। ছোৱালীটীকে লটীকে বড় গোহাঞে তুলিলে নি। পাচে সেই ছোৱালীটি ডাঙ্গৰ হলত, ঘোড়া বা দেৱত নমাঞি দিলে। সেই জন্য কুঞৰীৰ হে লৰা লাবিড় জনা গোহাঞি, বুঢ়া ৰজা নাম শলে। পাচে বঙ্গা তুই বোলে মঞি বড় গোহাঞিৰ জীয়ৰীৰ হে লৰা। এই বুলি মোমায়েক খামচিল গোহাঞিক আমি কছাৰী ৰণত বড় গোহাঞি পাতিলে। পাচে বড় গোহাঞি হৈ হাতীৰ ওপৰৰ পৰা হাগি পঠালে, নাম ললে গুঞিমেলা বড় গোহাঞি। এওঁৰে ৰহ কী এঘৰ, পুথি পঢ়া এঘৰ আৰু বড় গোহাঞি পৰিয়া লাগাই আহৰ সুৱা গগাহাঞি বাড়ী বামুনি বেটীক তিৰোেতাকৈ ললে। তাইৰে পুতে এটি হল। তাৰে নাম খুলে লাগিচঙ্গ। গাৰে কোৰৰ জীয়ৰী লৰি মাকে তুলিলে। এই লাগিচজ গোহাঞিয়ে, ভগনীয়া