পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ মন কৰে। পাছে যা মেৰে একে বোলে এই মোলৈ মৰ নকৰে, অশাৰ পুনবাৰত হে শন সোমাল, এই বুলি সেই ক্ষনা কুঞৰীক খুনখাওলৈকে দিলে। পাচে এক বৎসৰৰ মূৰত খুনও দিকিৰ এটি লৰা হল নাম থলে চেকে। পাচে সেই লাক নগা পান। মহাৰাজা আনি ভাঙ্গৰ কৰি ছোৱালী বিবাহ কৰাই দিলে। সেই ছোৱালীৰ তাৰে দিকি লৰা এটি হল। তাকে। মহাৰাজা তুলিলেনি। তাৰ নাম নিলে কনচেং। দিহীঙ্গিয়া ৰক্ষা দেৱৰ দিনত নগাৰণত আপাহ পাই তাকে বড় পাত্ৰ পাতিলে। এই নিমিত্তে হে এতিয়াও এই ঘৰক লগ পাত্ৰ কোলে আৰু পূৰ্বে বাঙুকীয়া বড় গোহাঞিৰ জিয়ৰী এটা, টেপৰ তলীয়া বুঢ়াগোহাঞি দৈীয়া নাপেত গোহাঞি লৈ পৰিছিল। সেই ছোৱালীৰ লগত কছাৰীজনী বেটী এজনী দিছিল, পুতেকে সৈতে; পাচে নাপেত শোহা সেই কছাৰীঅনী বেটী এৰে খোৱাৰোৱা কৰিছিল। তাইৰ লৰটিক পপা বুলি লৈ ফুৰাইছিল। পাচে যেয়ে দেখে সেয়ে সোখে গোহাঞি এইটি কাৰ লৰা। গোহাঞে বোলে ই মোৰ লাই পো। পাচে এদিন গড়ৰ ভিতৰলৈ কো লৈ গল। নাই সন্দিকৈ। বক্সা ওলালত সেই লৰাকে হাতত ধৰি আ পাৰি- ছিল। ৰজা দেৱে দেখি সুধিলে, গোহাঞি এইটি তোৰ কি হয়। গোহা বোলে স্বৰ্গদেৱ এইটি মোৰ লাই পো হয়। পাচে ৰজা বোলে ই তহঁতৰ লগত জিন যাব নোৱাৰিব। তোক লাই পুতেক বড় কুঞৰীৰ ফালে চমুকৈ খাটিবলৈ দে। এতেকে হে এই ঘৰক লাই সন্দিকৈ বদলে। আৰু ভটিয়াপৰীয়া নাওবৈচা ফুকনৰ এই ঘৰ কৰীমনী বেটীৰ জহৰা ৰা চাষিত পাকিল গৈ। এতিয়া নাও লৈছে চেঙ্গই। ই পূবৰ বাৰুকীয়া বড় গোহাঞি দৈীয়াৰ ফন্দী টিপিৰা কছাৰীৰ জীয়ৰীৰ জহৰা না। এতিয়াও সেয়ে টিপি কছাৰীৰ ভাই পো বড় গোহাঞি বৈমাৰ বৰ আছে। আৰু পূৰ্বে ফি লাম দুলাল