পৃষ্ঠা:পাপৰি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদূলিত ফুলিছে  গধূলি গোপাল ঐ
 পিৰালিত ফুলিছে যুতি,
ওঁঠৰ জোকাৰণিত  মুখত জিলিকিছে
 পকা ডালিমৰে গুটি।